• Assam GK Quiz
  • Assam GK Quiz
  • Assam GK Quiz
  • Assam GK Quiz
  • অসমীয়াত Quiz
  • Quiz in English
  • GK Study
  • eBooks PDF
  • Assam History
  • Indian History
  • Computer GK
  • Current Affairs
  • Assam GK Quiz in Assamese Part-8 for Assam Police & All Upcoming Assam Exam

    Assam GK Quiz Season-2

    Assam Quiz in Assamese Language for all type of competitive exam in Assam. This questions are collected from several Assam GK source like – History, Polity, Literature, Freedom movement etc. And it will be very helpful for all types of Competitive exams in Assam.

    Top 10 Quiz Part – 5

     

    364
    Created by Education For Assam

    Assam GK Quiz in Assamese P-5

    Assam GK Quiz in Assamese

    1 / 10

    অসমৰ পৰা প্ৰকাশিত প্ৰথম ইংৰাজী দৈনিক কাকত খনৰ প্ৰথম সম্পাদক জন আছিল -

    2 / 10

    এসময়ৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পকী নামৰ ঘৰটো কি নামেৰে জনাজাত ?

    3 / 10

    অসমৰ প্ৰথম গৰকী মহিলা চিকিৎসক কোন আছিল যিয়ে চিকিৎসকৰ সন্মান লাভ কোনে কৰিছিল?

    4 / 10

    অসমৰ প্ৰথম মহিলা এ. ছি. এছ. (A.C.S.) কোন হৈছিল ?

    5 / 10

    অসমীয়া গদ্য সাহিত্যৰ জনক আখ্য়া কাক দিয়া হৈছে ?

    6 / 10

    আধুনিক যুগৰ এখন অসমীয়া উপন্যাস ভানুমতী কোনে লিখিছিল ?

    7 / 10

    গুৱাহাটী অনাতাঁৰ কেন্দ্ৰযোগে প্ৰচাৰ হোৱা প্ৰথম নাটখন কাৰ ৰচনা আছিল  ?

    8 / 10

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্যজন কোন আছিলে ?

    9 / 10

    অভিযাত্ৰী শীৰ্ষক উপন্যাস খন কোনগৰকী অসমীয়া মুক্তিযোদ্ধা নাৰীৰ জীৱনৰ ওপৰত আধাৰিত ?

    10 / 10

    ২০০৭ চনত অসম সাহিত্য সভাৰ চাপৰত অনুষ্ঠিত অধিবেশনৰ সভাপতি কোন ?

    Your score is

    The average score is 54%

    0%

     

    Helpful for Exam Like –

    Assam Police Constable AB UB

    Assam police Sub Inspector

    Assam Police APRO

    Assam Police Junior Assistant

    Assam Secretariat Junior Administrative Assistant

    DSE Assam

    DME Assam

    Health Exam Assam

    Grade-4 (Peon, Chowkidar) Exam in Assam

    Leave A Comment For Any Doubt And Question :-

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    www.AssamGKQuiz.com
    error: Content is protected !!