• Assam GK Quiz
  • Assam GK Quiz
  • Assam GK Quiz
  • Assam GK Quiz
  • অসমীয়াত Quiz
  • Quiz in English
  • GK Study
  • eBooks PDF
  • Assam History
  • Indian History
  • Computer GK
  • Current Affairs
  • Assam History Quiz in Assamese Part-1 for Assam Police, PNRD, Secretariat & Other Exam

    Assam History Quiz in Assamese

    ইয়াত অসম বুৰঞ্জীৰ প্ৰশ্নউত্তৰ সন্নিৱিষ্ট কৰা হৈছে । যিকেইটা আগন্তুক অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰয়োজনীয় । অসমত ২০২০ চনত বিভিন্ন ধৰণৰ পদ বহু বিভাগৰ পৰা মুকলি হৈছে । সেই সকলোবোৰ পৰীক্ষাৰ বাবে আপোনালোকৰ সহায় হোৱকৈ এই প্ৰশ্নবোৰ আগ বঢ়োৱা হৈছে ।

    কুইজটো Attempt কৰি আপোনাৰ Friends লৈ কৰিব ।

     

    /10
    660
    Created on By Education For Assam

    Assam history Quiz in Assamese 1

    1 / 10

    নাগশংকৰ দেৱালয় সজোৱা ৰজাজন কোন আছিল -

    2 / 10

    প্রাগজ্যোতিষপুৰৰ পৰা কুৰুক্ষেত্রৰ যুদ্ধত অংশ গ্ৰহণ কৰা ৰজাজন আছিল -

    3 / 10

    দিহিঙিয়া ৰজা বুলি কোনজন আহোম ৰজাক জনা যায় ?

    4 / 10

    ৰত্নমালা কিতাপখন কোনে ৰচনা কৰে ?

    5 / 10

    ব্রহ্মদেশৰ কোনখন প্রদেশৰ পৰা চুকাফা অসমলৈ আহিছিল -

    6 / 10

    পালবংশই অসমত কিমান চনত পাতনি মেলে -

    7 / 10

    প্রথম আহোম বৰবৰুৱা পদত কোন অধিস্থিত হৈছিল ?

    8 / 10

    প্রথম আহোম বৰৰজাজন কোন আছিলে বা কাক আখ্য়া দিয়া হৈছে ?

    9 / 10

    ল’ৰা ৰজা বুলি কোনজন আহোম ৰজাক কোৱা হৈছিল ?

    10 / 10

    কোনজন আহোম ৰজাক খুৰা ৰজা  আখ্য়া দিয়া হৈছে ?

    Your score is

    The average score is 57%

    0%

     

    Important for –

    Assam police AB UB Constable, Sub Inspector, Jail Warder

    Assam police Junior Assistant 204 Post

    Assam police Excise Department 203 Post

    Assam Secretariat 173 JAA Post

    PNRD Assam 1004 Post

    Assam Agriculture Dept Exam

    DC Office Exam

    DSE, DHS, DME Exam

     

    অসমীয়া অন্যান্য কুইজৰ লিংক –

    Assamese Quiz Link – 1

    Assamese Quiz Link – 2

    Assamese Quiz Link – 3

     

    অন্যান্য অসম কুইজ –

    Assam GK Quiz 1

    Assam GK Quiz 2

    Assam GK Quiz 3

    Assam GK Quiz 5

     

    অসম বুৰঞ্জীৰ কুইজ অসমীয়াত –

    Assam History Quiz in Assamese – 1

    Assam History Quiz in Assamese – 2

    Assam History Quiz in Assamese – 3

    Assam History Quiz in Assamese – 4

    Assam History Quiz in Assamese – 5

    Leave A Comment For Any Doubt And Question :-

    One response to “Assam History Quiz in Assamese Part-1 for Assam Police, PNRD, Secretariat & Other Exam”

    1. babul basumatary says:

      if possible please try to set the question in English along with Assamese…….it will be best for every competitors……….

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    www.AssamGKQuiz.com
    error: Content is protected !!