• Assam GK Quiz
  • Assam GK Quiz
  • Assam GK Quiz
  • Assam GK Quiz
  • অসমীয়াত Quiz
  • Quiz in English
  • GK Study
  • eBooks PDF
  • Assam History
  • Indian History
  • Computer GK
  • Current Affairs
  • Assam History Quiz in Assamese Part-3 for Assam Police, PNRD, Secretariat & Other Exam

    Assam History Quiz in Assamese

    ইয়াত অসম বুৰঞ্জীৰ প্ৰশ্নউত্তৰ সন্নিৱিষ্ট কৰা হৈছে । যিকেইটা আগন্তুক অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰয়োজনীয় । অসমত ২০২০ চনত বিভিন্ন ধৰণৰ পদ বহু বিভাগৰ পৰা মুকলি হৈছে । সেই সকলোবোৰ পৰীক্ষাৰ বাবে আপোনালোকৰ সহায় হোৱকৈ এই প্ৰশ্নবোৰ আগ বঢ়োৱা হৈছে ।

    কুইজটো Attempt কৰি আপোনাৰ Friends লৈ কৰিব ।

    /11
    480

    Quiz Start Now

    End


    Created on By Education For Assam

    Assam History Quiz in Assamese 3

    1 / 11

    বামুণী কোঁৱৰ বুলি কোনজন আহোম ৰজাক কোৱা হৈছিল ?

    2 / 11

    অসমত কিমান চনত স্বায়ত্ব শাসন প্রৱৰ্তন কৰা হৈছিল ?

    3 / 11

    পুৰণি কামৰূপ ৰাজ্যখন যোগিনীতন্ত্ৰ মতে কেইটা ভাগত বিভক্ত আছিল ?

    4 / 11

    দৈবজ্ঞসকলে কোনজন আহোম ৰজাৰ ছত্ৰভঙ্গ যোগ হোৱা বুলি কৈছিলে ?

    5 / 11

    আহোম ৰজা’ চুৰামলাৰ হিন্দু নামটো কি আছিলে ?

    6 / 11

    মৰিয়া সকল অসমৰ কোনটো ব্যৱসায়ৰ লগত জড়িত হৈ আছে ?

    7 / 11

    লতাকটা ৰণ কোনজন আহোম ৰজাৰ দিনত সংঘটিত হয় ?

    8 / 11

    কোন চনত মালিক উজবেকে কামৰূপ ৰাজ্য আক্ৰমণ কৰে ?

    9 / 11

    ভাস্কৰ বৰ্মণ কিমান চনত প্রাগজ্যোতিষপুৰ বা কামৰূপ ৰাজ্যৰ ৰাজ সিংহাসনত উঠে ?

    10 / 11

    কোন জনজাতিৰ লোকে পাটকাই পৰ্বত অতিক্ৰম কৰি অসমত প্রৱেশ কৰিছিল ?

    11 / 11

    শালস্তম্ভ বংশৰ অন্তিম ৰজাজন কোন আছিল ?

    Your score is

    The average score is 53%

    0%

     

    Important for –

    Assam police AB UB Constable, Sub Inspector, Jail Warder

    Assam police Junior Assistant 204 Post

    Assam police Excise Department 203 Post

    Assam Secretariat 173 JAA Post

    PNRD Assam 1004 Post

    Assam Agriculture Dept Exam

    DC Office Exam

    DSE, DHS, DME Exam

     

    অসমীয়া অন্যান্য কুইজৰ লিংক –

    Assamese Quiz Link – 1

    Assamese Quiz Link – 2

    Assamese Quiz Link – 3

     

    অন্যান্য অসম কুইজ –

    Assam GK Quiz 1

    Assam GK Quiz 2

    Assam GK Quiz 3

    Assam GK Quiz 5

     

    অসম বুৰঞ্জীৰ কুইজ অসমীয়াত –

    Assam History Quiz in Assamese – 1

    Assam History Quiz in Assamese – 2

    Assam History Quiz in Assamese – 3

    Assam History Quiz in Assamese – 4

    Assam History Quiz in Assamese – 5

    Leave A Comment For Any Doubt And Question :-

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    www.AssamGKQuiz.com
    error: Content is protected !!