• Assam GK Quiz
  • Assam GK Quiz
  • Assam GK Quiz
  • Assam GK Quiz
  • অসমীয়াত Quiz
  • Quiz in English
  • GK Study
  • eBooks PDF
  • Assam History
  • Indian History
  • Computer GK
  • Current Affairs
  • Assam History Quiz in Assamese Part-5 for Assam Police, PNRD, Secretariat & Other Exam

    Assam History Quiz in Assamese

    ইয়াত অসম বুৰঞ্জীৰ প্ৰশ্নউত্তৰ সন্নিৱিষ্ট কৰা হৈছে । যিকেইটা আগন্তুক অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰয়োজনীয় । অসমত ২০২০ চনত বিভিন্ন ধৰণৰ পদ বহু বিভাগৰ পৰা মুকলি হৈছে । সেই সকলোবোৰ পৰীক্ষাৰ বাবে আপোনালোকৰ সহায় হোৱকৈ এই প্ৰশ্নবোৰ আগ বঢ়োৱা হৈছে ।

    কুইজটো Attempt কৰি আপোনাৰ Friends লৈ কৰিব ।

    413

    আৰম্ভ কৰক

    সময় শেষ


    Created on By Education For Assam

    Assam History Quiz in Assamese 5

    1 / 10

    লালুকসোলা বৰফুকনক কোনে হত্যা কৰিছিলে ?

    2 / 10

    কিমান চনত পালবংশৰ অন্ত পৰে -

    3 / 10

    কামৰূপ ৰাজ্যত বৰ্মণ বংশৰ প্রতিষ্ঠা কোনে কৰিছিল ?

    4 / 10

    কিমান চনত চুটীয়া ৰাজ্য প্ৰতিষ্ঠা হৈছিল ?

    5 / 10

    আহোম সকলৰ বৰফুকন পদটোৰ সৃষ্টি কোনে কৰিছিল ?

    6 / 10

    শালস্তম্ভ বংশৰ প্ৰথম ৰজাজন আছিল  -

    7 / 10

    কোনজন আহোম ৰজাৰ সমসাময়িক আছিল জয়ন্তীয়া ৰজা যশোবৰ্মণ  ?

    8 / 10

    প্রতাপ সিংহ উপাধি বা নাম কোনজন আহোম ৰজাই লৈছিল ?

    9 / 10

    কোনজনী আহোম ৰাণীক অসমৰ বুৰঞ্জীত দ্বিতীয় বৰৰজা আখ্য়া দিয়া হৈছে -

    10 / 10

    কোনজন আহোম ৰজাই প্রথম বাৰৰ বাবে অসমত লোকপিয়ল কৰে -

    Your score is

    The average score is 41%

    0%

     

    Important for –

    Assam police AB UB Constable, Sub Inspector, Jail Warder

    Assam police Junior Assistant 204 Post

    Assam police Excise Department 203 Post

    Assam Secretariat 173 JAA Post

    PNRD Assam 1004 Post

    Assam Agriculture Dept Exam

    DC Office Exam

    DSE, DHS, DME Exam

     

    অসমীয়া অন্যান্য কুইজৰ লিংক –

    Assamese Quiz Link – 1

    Assamese Quiz Link – 2

    Assamese Quiz Link – 3

     

    অন্যান্য অসম কুইজ –

    Assam GK Quiz 1

    Assam GK Quiz 2

    Assam GK Quiz 3

    Assam GK Quiz 5

     

    অসম বুৰঞ্জীৰ কুইজ অসমীয়াত –

    Assam History Quiz in Assamese – 1

    Assam History Quiz in Assamese – 2

    Assam History Quiz in Assamese – 3

    Assam History Quiz in Assamese – 4

    Assam History Quiz in Assamese – 5

    Leave A Comment For Any Doubt And Question :-

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    www.AssamGKQuiz.com
    error: Content is protected !!