• Assam GK Quiz
  • Assam GK Quiz
  • Assam GK Quiz
  • Assam GK Quiz
  • অসমীয়াত Quiz
  • Quiz in English
  • GK Study
  • eBooks PDF
  • Assam History
  • Indian History
  • Computer GK
  • Current Affairs
  • Assam History Quiz in Assamese Part-6 for Assam Police, PNRD, Secretariat & Other Exam

    Assam History Quiz

    Assam GK Quiz in Assamese

     

    307
    Created by Education For Assam

    Assam History Quiz 1

    1 / 15

    মিৰজুমলাই কিমান চনত অসম আক্ৰমণ কৰিছিল ?

    2 / 15

    আমাৰ অসমৰ উচ্চ ন্যায়ালয় কোন ঠাইত অৱস্থিত?

    3 / 15

    আহোম আৰু মোগলৰ মাজৰ শেষ যুদ্ধখন কেতিয়া সংঘটিত হৈছিল ?

    4 / 15

    মানসকলে দ্বিতীয়বাৰৰ বাবে আহোম ৰাজ্য কিমান চনত আক্ৰমণ কৰিছিল ?

    5 / 15

    মানসকলে তৃতীয়বাৰ কোন চনত আহোম ৰাজ্য আক্ৰমণ কৰে ?

    6 / 15

    অসমত কোচ ৰাজবংশৰ প্রতিষ্ঠা কেতিয়া হৈছিলে  ?

    7 / 15

    মোৱামৰীয়া সকলে ১৭৬৯ চনত কাক ৰজা পাতিছিলে ?

    8 / 15

    অসম বিধান সভাৰ প্রথমজন অধ্যক্ষ আছিল -

    9 / 15

    কোচৰজা মল্লদেৱে গ্ৰহণ কৰা নামটো আছিল ?

    10 / 15

    ইংৰাজসকলে পিয়লী ফুকনক কিমান চনত ফাঁচী দিছিলে ?

    11 / 15

    প্রথমখন অসম সাহিত্য সভাৰ অধিবেশন কোন চনত হৈছিলে ?

    12 / 15

    গোলাঘাটৰ সৰু পথাৰত জন্ম গ্ৰহণ কৰা কুশল কোঁৱৰ কেতিয়া কত শ্বহীদ হয় ?

    13 / 15

    অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত ?

    14 / 15

    অসমত জাহাজ সেৱা কেতিয়া আৰম্ভ হৈছিল ?

    15 / 15

    অসমত লোকপ্রিয় বুলি কাক কোৱা হৈছে ?

    Your score is

    The average score is 60%

    0%

     

    Helpful For –

    Assam Police Exam

    PNRD Exam

    Secretariat Exam

    DME Assam

    Assam Police PWD Exam

    Leave A Comment For Any Doubt And Question :-

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    www.AssamGKQuiz.com
    error: Content is protected !!