• Assam GK Quiz
  • Assam GK Quiz
  • Assam GK Quiz
  • Assam GK Quiz
  • অসমীয়াত Quiz
  • Quiz in English
  • GK Study
  • eBooks PDF
  • Assam History
  • Indian History
  • Computer GK
  • Current Affairs
  • Assam History Quiz in Assamese Part-7 for Assam Police, PNRD, Secretariat & Other Exam

    Assam History Quiz

    Assam GK Quiz in Assamese

    464
    Created by Education For Assam

    Assam History Quiz 2

    1 / 15

    অসম বংগৰ পৰা কেতিয়া বিভাজিত হৈছিল ?

    2 / 15

    ধ্বংসাত্মক ভূমিকম্পটো কিমান চনত হৈছিল আমাৰ অসমত ?

    3 / 15

    অসমৰ প্রথম গৰাকী মহিলা মুখ্যমন্ত্ৰী কোন আছিলে ?

    4 / 15

    মুছলমানসকলে কিমান চনত প্রথম অসম আক্ৰমণ কৰিছিল ?

    5 / 15

    কিমান চনত গুৱাহাটীৰ উচ্চ ন্যায়ালয় স্থাপন কৰা হৈছিল ?

    6 / 15

    প্রথম অসমীয়া খ্রীষ্টানজন কোন আছিল ?

    7 / 15

    আহোম সাম্ৰাজ্যৰ অন্তিমজন ৰজা বা স্বৰ্গদেউ কোন আছিলে ?

    8 / 15

    অসমত বাংলা ভাষা কিমান চনত চৰকাৰী ভাষা হিচাপে প্রৱৰ্তন হৈছিলে ?

    9 / 15

    শৰাইঘাটৰ যুদ্ধত আহোম সেনাপতি জন কোন আছিলে ?

    10 / 15

    স্বাধীন অসমৰ প্রথমগৰকী মুখ্যমন্ত্ৰী কোন আছিল ?

    11 / 15

    কিমান চনত যোগেশ্বৰ সিংহই অসমৰ সিংহাসনত উঠে ?

    12 / 15

    পোন প্রথমবাৰৰ বাবে ইংৰাজৰ সহায় কোনজন আহোম ৰজাই বিচাৰিছিল ?

    13 / 15

    হৰদত্ত আৰু বীৰদত্তই কোনজন আহোম ৰজাৰ দিনত বিদ্ৰোহ কৰিছিল ?

    14 / 15

    ৰুদ্ৰ সিংহই অসমৰ সিংহাসনত কিমান চনত আৰোহণ কৰে ?

    15 / 15

    প্রথমজন অসমীয়া চাহ খেতিয়ক কোন আছিল ?

    Your score is

    The average score is 61%

    0%

    Helpful For –

    Assam Police Exam

    PNRD Exam

    Secretariat Exam

    DME Assam

    Assam Police PWD Exam

    Leave A Comment For Any Doubt And Question :-

    2 responses to “Assam History Quiz in Assamese Part-7 for Assam Police, PNRD, Secretariat & Other Exam”

    1. Tonmoy nath says:

      Please make some more very helpful appreciate your work

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    www.AssamGKQuiz.com
    error: Content is protected !!