• Assam GK Quiz
  • Assam GK Quiz
  • Assam GK Quiz
  • Assam GK Quiz
  • অসমীয়াত Quiz
  • Quiz in English
  • GK Study
  • eBooks PDF
  • Assam History
  • Indian History
  • Computer GK
  • Current Affairs
  • Assam History Quiz in Assamese Part-8 for Assam Police, PNRD, Secretariat & Other Exam

    Assam History Quiz

    Assam GK Quiz in Assamese

     

    417
    Created by Education For Assam

    Assam History Quiz 3

    1 / 15

    অসমত জাহাজ সেৱা কেতিয়া আৰম্ভ হৈছিল ?

    2 / 15

    উত্তৰ-পূৱ ভাৰতৰ শিৱাজী বুলি কোনজন আহোম ৰজাক কোৱা হৈছিল ?

    3 / 15

    অসম বিধান সভাৰ প্রথমজন অধ্যক্ষ আছিল -

    4 / 15

    অসমত খাৰুৱা তেলৰ অনুসন্ধান কেতিয়া পোৱা হৈছিলে ?

    5 / 15

    আহোম আৰু মোগলৰ মাজৰ শেষ যুদ্ধখন কেতিয়া সংঘটিত হৈছিল ?

    6 / 15

    চৰাইদেওত আহোম সাম্ৰাজ্যৰ ৰাজধানী কোন চনত স্থাপন কৰা হৈছিল ?

    7 / 15

    আমাৰ অসমৰ উচ্চ ন্যায়ালয় কোন ঠাইত অৱস্থিত?

    8 / 15

    চুকাফাৰ মৃত্যু কেতিয়া হৈছিলে ?

    9 / 15

    অসমত কোচ ৰাজবংশৰ প্রতিষ্ঠা কেতিয়া হৈছিলে  ?

    10 / 15

    মনিৰাম দেৱানক কিমান চনত ফাঁচী দিয়া হৈছিল ?

    11 / 15

    প্রথমখন অসম সাহিত্য সভাৰ অধিবেশন কোন চনত হৈছিলে ?

    12 / 15

    কিমান চনত মহাত্মা গান্ধী অসমলৈ প্ৰথম আহিছিল ?

    13 / 15

    কোচৰজা মল্লদেৱে গ্ৰহণ কৰা নামটো আছিল ?

    14 / 15

    মিৰজুমলাই কিমান চনত অসম আক্ৰমণ কৰিছিল ?

    15 / 15

    মানসকলে দ্বিতীয়বাৰৰ বাবে আহোম ৰাজ্য কিমান চনত আক্ৰমণ কৰিছিল ?

    Your score is

    The average score is 55%

    0%

    Leave A Comment For Any Doubt And Question :-

    2 responses to “Assam History Quiz in Assamese Part-8 for Assam Police, PNRD, Secretariat & Other Exam”

    1. Munjur says:

      অসম বিধান সভাৰ প্রথম জন অধ্যক্ষ আছিল।।।।।
      The answer of this question may be wrong?

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    www.AssamGKQuiz.com
    error: Content is protected !!