• Assam GK Quiz
  • Assam GK Quiz
  • Assam GK Quiz
  • Assam GK Quiz
  • অসমীয়াত Quiz
  • Quiz in English
  • GK Study
  • eBooks PDF
  • Assam History
  • Indian History
  • Computer GK
  • Current Affairs
  • Computer GK Quiz in Assamese Part-1 for Assam Police, PNRD, Secretariat Exam

    Computer GK Quiz in Assamese

    Assam GK Quiz

     

    962
    Created by Education For Assam

    Computer GK Quiz in Assamese 1

    1 / 20

    কম্পিউটাৰ প্ৰ’গ্ৰেমিং লেংগুৱেজৰ মাতৃ আখ্য়া কাক দিয়া হৈছে ?

    2 / 20

    চতুৰ্থ জেনেৰেশ্যনৰ কম্পিউটাৰৰ যুগটো কিমান চনৰ পৰা কিমান চনলৈ ?

    3 / 20

    এটি প্ৰথম জেনেৰেশ্যনৰ কম্পিউটাৰ নাম হল -

    4 / 20

    এটি চতুৰ্থ জেনেৰেশ্যনৰ কম্পিউটাৰৰ নাম লিখা -

    5 / 20

    কম্পিউটাৰৰ মুখ্য় অংশটো বা যন্ত্ৰটো কি ?

    6 / 20

    Control Unit য়ে তথ্যবিলাক গ্ৰহণ কৰি ক’লৈ পঠিয়ায় দিয়ে ?

    7 / 20

    Pascaline নামৰ গণনা যন্ত্ৰটো আৱিষ্কাৰ কোনজন লোকে কৰিছিল ?

    8 / 20

    1 TB ত কিমান GB থাকে ?

    9 / 20

    Mark-1  কম্পিউটাৰৰ উদ্ভাৱন কোনে কৰিছিল ?

    10 / 20

    Leibnitz Calculator ৰ আৱিষ্কাৰ কোনে কৰিছিল ?

    11 / 20

    কি কামত ব্যৱহাৰ কৰিবলৈ কম্পিউটাৰ উদ্ভাৱন কৰা হৈছিল ?

    12 / 20

    কম্পিউটাৰৰ মুল কাৰ্য কৰিবলৈ ব্যৱহাৰ হোৱা আহিলা বিধ কি ?

    13 / 20

    বিংশ শতিকাৰ বিজ্ঞানৰ এক বিষ্ময়কৰ আৱিষ্কাৰ হৈছে -

    14 / 20

    LapTop কি ধৰণৰ কম্পিউটাৰ ?

    15 / 20

    কম্পিউটাৰৰ মনিটৰ, প্ৰিন্টাৰ আদি কি ধৰণৰ আহিলা?

    16 / 20

    কম্পিউটাৰৰ দ্বিতীয় জেনেৰেশ্যনৰ যুগটো হল ?

    17 / 20

    কম্পিউটাৰৰ মেম’ৰীৰ কোন অংশত তথ্য অকল পঢ়িবহে পাৰি সম্পাদনা কৰিব নোৱাৰি -

    18 / 20

     কম্পিউটাৰৰ তৃতীয় জেনেৰেশ্যনৰ কোনটো ?

    19 / 20

    ১৬৭১ চনত আৱিষ্কাৰ হোৱা Leibnitz Calculator ক আন কি নামেৰ জনা গৈছিল ?

    20 / 20

    কম্পিউটাৰৰ Storage Media ৰ প্ৰসঙ্গত WORM ৰ সম্পুৰ্ণ ৰূপ কি ?

    Your score is

    The average score is 52%

    0%

     

    Helpful For –

    Assam Police Exam

    Assam Secretariat Exam

    Assam Health Exam

    PNRD Assam Exam

     

    অন্য়ানা কুইজ বিলাকৰ লিংক –

    Computer GK Quiz in Assamese – Part-2

    Computer GK Quiz in Assamese – Part-3

    Leave A Comment For Any Doubt And Question :-

    2 responses to “Computer GK Quiz in Assamese Part-1 for Assam Police, PNRD, Secretariat Exam”

    1. Anindita buragohain says:

      Very helpfull for us,thank you ,
      Keep it up..

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    www.AssamGKQuiz.com
    error: Content is protected !!