• Assam GK Quiz
  • Assam GK Quiz
  • Assam GK Quiz
  • Assam GK Quiz
  • অসমীয়াত Quiz
  • Quiz in English
  • GK Study
  • eBooks PDF
  • Assam History
  • Indian History
  • Computer GK
  • Current Affairs
  • Computer GK Quiz in Assamese Part-2 for Assam Police, PNRD, Secretariat Exam

    Computer GK Quiz in Assamese

    Assam GK Quiz

     

    407
    Created by Education For Assam

    Computer GK Quiz in Assamese 2

    1 / 20

    তলৰ কোনটো কম্পিউটাৰৰ ইনপুট আহিলা -

    2 / 20

    দ্বিতীয় জেনেৰেশ্যনৰ এটি কম্পিউটাৰ হৈছে -

    3 / 20

    কম্পিউটাৰক দিয়া নিৰ্দেশ কি যাৰ দ্বাৰা ই আমাক আকাঙ্খিত কাৰ্য্য় কৰি দিয়ে -

    4 / 20

    কম্পিউটাৰৰ হাতেৰে স্পৰ্শ কৰি চাব পৰা আহিলাবোৰক কি বোলা হয় ?

    5 / 20

    পৃথিৱীত আৱিষ্কাৰ হোৱা প্ৰথম গণনা কৰা যন্ত্ৰটো কি আছিল ?

    6 / 20

    Leibnitz Calculator ৰ দ্বাৰা কি কি কৰিব পৰা গৈছিল ?

    7 / 20

    আধুনিক কম্পিউটাৰৰ পিতৃ কোনজন ব্যক্তিক আখ্য়া দিয়া হৈছে ?

    8 / 20

    MB ৰ সম্পূৰ্ণ ৰূপ কি ?

    9 / 20

    BURN Proof প্ৰযুক্তিটো কোনটো কোম্পানীৰ সৃষ্টি ?

    10 / 20

    প্ৰথম জেনেৰেশ্যনৰ কম্পিউটাৰ যুগটো -

    11 / 20

    কোনটো অংশত তথ্য পঢ়াৰ উপৰিও লিখি ৰাখিব পাৰি তথা প্ৰয়োজন সাপেক্ষে সম্পাদনা কৰিবও পাৰি ?

    12 / 20

    ATM মানে কম্পিউটাৰৰ ভাষাত কি বুজায় ?

    13 / 20

    গণিতৰ কি কি কাৰ্য নেপীয়েৰ ব’নছৰ জৰিয়তে কৰিব পৰা হৈছিল ?

    14 / 20

    GB ৰ সম্পূৰ্ণ ৰূপ কি ?

    15 / 20

    কোনো তথ্য স্থায়ীভাৱে প্ৰাইমেৰী মেম’ৰীত জমা ৰাখিব পাৰিনে নেৱাৰি ?

    16 / 20

    Abacus ৰ জৰিয়তে কি কি কাৰ্যকলাপ কৰিব পৰা হৈছিল ?

    17 / 20

    নেইপীয়ৰৰ ব’নছ গনণাকাৰক যন্ত্ৰটো কেতিয়া আৱিষ্কাৰ কৰা হৈছিল ?

    18 / 20

    P. C. ৰ সম্পূৰ্ণ ৰূপ লিখা ?

    19 / 20

    কম্পিউটাৰত যোগান ধৰা তথ্যসমূহ কম্পিউটাৰৰ ক’ত জমা থাকে ?

    20 / 20

    তৃতীয় জেনেৰেশ্যনৰ এটি কম্পিউটাৰ হৈছে -

    Your score is

    The average score is 54%

    0%

     

    Helpful For –

    Assam Police Exam

    Assam Secretariat Exam

    Assam Health Exam

    PNRD Assam Exam

     

    অন্য়ানা কুইজ বিলাকৰ লিংক –

    Computer GK Quiz in Assamese – Part-1

    Computer GK Quiz in Assamese – Part-3

    Leave A Comment For Any Doubt And Question :-

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    www.AssamGKQuiz.com
    error: Content is protected !!