• Assam GK Quiz
  • Assam GK Quiz
  • Assam GK Quiz
  • Assam GK Quiz
  • অসমীয়াত Quiz
  • Quiz in English
  • GK Study
  • eBooks PDF
  • Assam History
  • Indian History
  • Computer GK
  • Current Affairs
  • Indian History GK Quiz in Assamese Part-4 for All Assam Competitive Exam of Assam

    Indian History GK Quiz in Assamese

    Assam GK Quiz website

     

    এই খণ্ডটোত ১৫ টা ভাৰত বুৰঞ্জীৰ প্ৰশ্ন-উত্তৰ আগ বঢ়োৱা হৈছে । যিবোৰ প্ৰশ্ন পূৰ্বৰ বিভিন্ন পৰীক্ষাত দেখা গৈছিল তথা বিভিন্ন পৰীক্ষাত পুণৰবৃত্তি হৈ থাকে । সকলোৱে কুইজটো দি নিজৰ নম্বৰ কমেন্ট কৰিব ।

    153
    Created by Education For Assam

    Indian History GK Quiz in Assamese 2

    Indian History GK Quiz in Assamese part-2 for all upcoming Exams of Assam.

    1 / 15

    কোন ৰাজবংশৰ শাসন কালছোৱাত ভাৰতবৰ্ষত সোণৰ মুদ্ৰাৰ প্রচলন আৰম্ভ হয় ?

    2 / 15

    কোনজন শাসকে শকাব্দ নামৰ চনৰ প্রচলন আৰম্ভ কৰিছিল -

    3 / 15

    চমৰখণ্ডৰ আমীৰ টাইমূৰে কিমান চনত ভাৰতবৰ্ষ আক্ৰমণ কৰিছিল ?

    4 / 15

    কুতুবুদ্দিনৰ লগত ইলতুৎমিছৰ সম্বন্ধ আছিল -

    5 / 15

    দেশত তামৰ মু্দ্ৰাৰ প্রচলন কোনজন দিল্লীৰ চুলতানে কৰিছিল ?

    6 / 15

    কোনটো বিদেশী জাতিয়ে বা শাসকে গুপ্ত বংশৰ শাসন কালত ভাৰত আক্ৰমণ কৰিছিল ?

    7 / 15

    দাস বংশৰ তৃতীয়জন চুলতান কোন আছিল -

    8 / 15

    টোগলক ৰাজবংশ কোনে প্রতিষ্ঠা কৰিছিল ?

    9 / 15

    ভাৰতত খিলিজি ৰাজ বংশৰ প্রতিষ্ঠা কোনে কৰিছিল ?

    10 / 15

    ভাৰতত মনচবদাৰী প্রথা কোনে প্রৱৰ্তন কৰিছিল ?

    11 / 15

    তৰাইনৰ দ্বিতীয় যুদ্ধখন কিমান চনত সংঘটিত হৈছিল ?

    12 / 15

    হিন্দু নৱজাগৰণৰ যুগ ভাৰত বুৰঞ্জীৰ কোনটো যুগক কোৱা হৈছে ?

    13 / 15

    মগধ সম্ৰাজ্যৰ প্রতিষ্ঠা কোনে কৰিছিল ?

    14 / 15

    কিমান চনত পানীপথৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল ?

    15 / 15

    কোনজন পঞ্জাৱৰ শাসনকৰ্তাই ১৪৫১ চনত ভাৰতত লোডী ৰাজ বংশ প্রতিষ্ঠা কৰিছিল ?

    Your score is

    The average score is 48%

    0%

     

    This Indian History GK Quiz Part – 4 is important for –

    Assam polcie Constable Exam

    Assam Police SI Exam

    Assam Police APRO

    Assam Police Jail Warder

    Assam Secretariat Exam

    Agriculture Dept Exam

    Assam Labour Department Exam

    Transport Department Exam

    Leave A Comment For Any Doubt And Question :-

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    www.AssamGKQuiz.com
    error: Content is protected !!