• Assam GK Quiz
  • Assam GK Quiz
  • Assam GK Quiz
  • Assam GK Quiz
  • অসমীয়াত Quiz
  • Quiz in English
  • GK Study
  • eBooks PDF
  • Assam History
  • Indian History
  • Computer GK
  • Current Affairs
  • Top 60 Science GK Quiz in Assamese

    Science GK Quiz

    Assam GK Quiz

     

    60 MCQ In Assamese

     

    Science GK Quiz in Assamese for all upcoming Assam Competitive exams. All the upcoming exams like Assam Police, Constable, SI, APRO, Forest, Secretariat, PNRD, DME, DSE etc will ask about science in exam. This quiz will help you to prepare the science topic foe all upcoming exams. And it will also boost your knowledge.

     

    23
    Created by Education For Assam

    All Science Quiz in Assamese

    1 / 60

    আমাৰ ভাৰতবৰ্ষৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি আছিল ?

    2 / 60

    ধুমকেতু এটাৰ নেজডাল কোন দিশে গতি কৰে ?

    3 / 60

    সূৰ্য আৰু পৃথিৱীৰ মাজৰ দূৰত্ব কোনটো মাহত তথা কোন তাৰিখে সৰ্বাধিক হয় ?

    4 / 60

    বিশ্বৰ প্ৰথম মহাকাশচাৰীজন কোন আছিল ?

    5 / 60

    জ্যোৰ্তিবিজ্ঞান সম্বন্ধীয় পৰ্যেবক্ষণ কৰোতে কোন গৰাকী বিজ্ঞানীয়ে পোন প্ৰথমবাৰ দূৰবীক্ষণ যন্ত্ৰ ব্যৱহাৰ কৰিছিল ?

    6 / 60

    শেষবাৰৰ বাবে হেলীৰ ধুমকেতু কিমান চনত দেখিব পোৱা গৈছিল -

    7 / 60

    সূৰ্য পৃষ্ঠভাগৰ গড় উষ্ণতা কিমান -

    8 / 60

    পৃথিৱীৰ চাৰিওফালৰ দূৰত্ব জোখা প্ৰথম বিজ্ঞানীজন কোন আছিল ?

    9 / 60

    কৰ পৰা ভাৰতবৰ্ৰষৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ ‘আৰ্যভট্ট’ মাহকাশলৈ উৎক্ষেপন কৰা হৈছিল ?

    10 / 60

    কোনটো গ্ৰহক পৃথিৱীৰ যমজ বুলি কোৱা হৈছে ?

    11 / 60

    আমাৰ সৌৰ জগতত থকা আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো ?

    12 / 60

    পৃথিৱীৰ চাৰিওফালে প্ৰদক্ষিণ কৰোতে চন্দ্ৰৰ কিমান দিন সময় লাগে ?

    13 / 60

    ধ্ৰূৱতৰাটো কোনখন নক্ষত্ৰ মণ্ডলত অৱস্থিত ?

    14 / 60

    আমৰ সৌৰজগতত নীলা গ্ৰহ বুলি কোনটো গ্ৰহক জনা যায় ?

    15 / 60

    গ্ৰীক শব্দ ব্যৱহাৰ নকৰাকৈ আমাৰ সৌৰজগতৰ কোনটো গ্ৰহৰ নাম ৰখা হৈছে ?

    16 / 60

    শনিগ্ৰহৰ আঙুঠিবোৰ প্ৰথম কোনজন বিজ্ঞানীয়ে আৱিস্কাৰ কৰিছিল -

    17 / 60

    বিশ্বব্রহ্মাণ্ডৰ উৎপত্তি সম্বন্ধত জড়িত মহাবিস্ফোৰণবাদ (Big Bang) তত্ত্বটো কোনে আগবঢ়াইছিল ?

    18 / 60

    আমাৰ হাতীপটি তাৰকা ৰাজ্যখন কেনেধৰণৰ তাৰকা ৰাজ্যৰ অন্তৰ্ভুক্ত ?

    19 / 60

    পৃথিৱীৰ প্ৰদক্ষিণ কাৰ্য কোনজন বিজ্ঞানীয়ে পোনতে আৱিষ্কাৰ কৰিছিল ?

    20 / 60

    কোনজন বিজ্ঞানীক জ্যোতির্বিজ্ঞানৰ পিতৃ আখ্য়া দিয়া হৈছে ?

    21 / 60

    আমাৰ সৌৰজগতৰ ৰঙা গ্ৰহ কোনটো ?

    22 / 60

    আমাৰ সৌৰজগতৰ উপগ্ৰহ বিলাকৰ ভিতৰক আটাইতকৈ ডাঙৰ কোনটো ?

    23 / 60

    সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো হৈছে -

    24 / 60

    আমাৰ সৌৰজগতৰ আটাইতকৈ গধূৰ গ্ৰহটো হৈছে -

    25 / 60

    কোনটো গ্ৰহ গেছেৰে গঠিত বাবে পানীত ওপঙিব পাৰে বুলি বৈজ্ঞানিকসকলে অনুমাণ কৰিছে ?

    26 / 60

    বৃহস্পতিৰ আৰু শনি গ্ৰহৰ কিমানটাকৈ উপগ্ৰহ আছে  -

    27 / 60

    মহাকাশ গৱেষণাৰ ক্ষেত্ৰত ভাৰতৰ আগশাৰীৰ বিজ্ঞানীজন কোন আছিল ?

    28 / 60

    আমাৰ সৌৰজগতৰ কোনটো গ্ৰহক সেউজীয়া গ্ৰহ বুলি কোৱা হৈছে ?

    29 / 60

    পৃথিৱীৰ আটাইতকৈ ওচৰত কোনটো গ্ৰহ আছে ?

    30 / 60

    সৌৰজগতৰ কেন্দ্ৰত সূৰ্যটো অৱস্থিত বুলি কোনজন মহান বৈজ্ঞানিকে প্ৰথমে কৈছিল ?

    31 / 60

    বিশ্বৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম আছিল ?

    32 / 60

    কিমানখন দেশে ইন্টাৰনেচনেল স্পেচ ষ্টেচন (ISS) কাৰ্যসূচীত অংশ জড়িত ?

    33 / 60

    শ্ৰীহৰিকোটা কোন খন ৰাজ্যত অৱস্থিত ?

    34 / 60

    কিমানজন মহাকাশচাৰীয়ে বৰ্তমানলৈকে চন্দ্ৰ পৃষ্ঠত ভৰি দিছে ?

    35 / 60

    কোনখন দেশে প্ৰথম চন্দ্ৰত অৱতৰণ কৰিবলৈ মহাকাশযান পঠিয়াইছিল ?

    36 / 60

    তলৰ কোনেকেইটা গ্ৰহৰ চাৰিওফালে আঙুঠি আছে ?

    37 / 60

    কোনটো গ্ৰহক পুৱতি ত’ৰা বা সন্ধা ত’ৰা বোলা হয় ?

    38 / 60

    আমাৰ সৌৰজগতৰ আটাইতকৈ উত্তপ্ত গ্ৰহ কোনটো ?

    39 / 60

    আমাৰ পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব কিমান কিমি ?

    40 / 60

    সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰোঁতে তলৰ কোনটো গ্ৰহৰ আটাইতকৈ কম সময় লাগে ?

    41 / 60

    আমাৰ পৃথিৱীৰ পৰা প্ৰক্সিমা চেন্টাউৰি নামৰ নক্ষত্ৰটোৰ কিমান দূৰত আছে ?

    42 / 60

    পূৱৰ পৰা পশ্চিমলৈ গতি কৰা সৌৰজগতৰ একমাত্ৰ ব্য়তিক্ৰমি গ্ৰহ কোনটো -

    43 / 60

    আমেৰিকাৰ মহাকাশচাৰী নীল আৰ্মষ্ট্ৰং কোন তাৰিখত চন্দ্ৰত অৱতৰণ কৰিছিল ?

    44 / 60

    কিমান আলোকবৰ্ষৰে এক পাৰছেক হয় ?

    45 / 60

    আমাৰ সৌৰজগতৰ সূৰ্যৰ শক্তিৰ উৎস কি ?

    46 / 60

    আমাৰ সৌৰজগতৰ কোন দুটা গ্ৰহৰ এটাওঁ উপগ্ৰহ নাই ?

    47 / 60

    কোনখন দেশে প্ৰথম মহাকাশলৈ কৃত্ৰিম উপগ্ৰহ প্ৰেৰণ কৰিছিল ?

    48 / 60

    ভাৰতীয় মহাকাশ গৱেষণা সংস্থা কেতিয়া প্রতিষ্ঠা কৰা হৈছিল ?

    49 / 60

    প্ৰথম মহিলা মহাকাশচাৰী ভেলেন্টিনা তেৰেস্কোভা (১৯৬৪ চনৰ ১৬ জুন) কোনখন দেশৰ আছিল ?

    50 / 60

    পোন প্ৰথমবাৰৰ বাবে কেতিয়া মানুহে মহাকাশত খোজ দিছিল ?

    51 / 60

    নেপচুন গ্ৰহটো কোনজন জ্যোতির্বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিছিল ?

    52 / 60

    বুধ গ্ৰহৰ উপগ্ৰহ কেইটা আছে ?

    53 / 60

    আমাৰ সৌৰজগতৰ গ্ৰহবোৰৰ গতি সূত্ৰবোৰ কোনে আৱিস্কাৰ কৰিছিল -

    54 / 60

    আমাৰ ভাৰতবৰ্ষৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটো কেতিয়া কক্ষপথত স্থাপন কৰা হৈছিল ?

    55 / 60

    আমি দেখিব পোৱা আটাইতকৈ বিখ্যাত ধুমকেতুটো হৈছে ?

    56 / 60

    আমাৰ ভাৰতবৰ্ষৰ ৰাকেশ শৰ্মা মহাকাশত খোজ দিছিল -

    57 / 60

    সূৰ্যৰ পৰা আটাইতকৈ দূৰত তলৰ কোনটো গ্ৰহ অৱস্থিত -

    58 / 60

    সূৰ্যৰ পোহৰ আহি আমাৰ পৃথিৱী পাবলৈ মুঠ কিমান সময় লাগে -

    59 / 60

    সূৰ্যক প্ৰদক্ষিণ কৰোতে প্ৰায় পৃথিৱীৰ সমান সমান সময় লোৱা সৌৰজগতৰ গ্ৰহটো কোনটো  ?

    60 / 60

    আমি বাস কৰা পৃথিৱী খনৰ তুলনাত সূৰ্যটো কিমান ডাঙৰ ?

    Your score is

    The average score is 47%

    0%

     

    Assam GK Quiz –

    অন্য়ান্য় কুইজ বিলাকৰ লিংক ইয়াত আছে ।

    Science GK Quiz in Assamese 1

    Science GK Quiz in Assamese 2

    Science GK Quiz in Assamese 3

    Science GK Quiz in Assamese 4

    Science GK Quiz in Assamese 5

    Leave A Comment For Any Doubt And Question :-

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    www.AssamGKQuiz.com
    error: Content is protected !!