• Assam GK Quiz
  • Assam GK Quiz
  • Assam GK Quiz
  • Assam GK Quiz
  • অসমীয়াত Quiz
  • Quiz in English
  • GK Study
  • eBooks PDF
  • Assam History
  • Indian History
  • Computer GK
  • Current Affairs
  • World GK in Assamese Part-4 for Assam Police SI, Constable, PNRD, Secretariat, All Assam Exam

    World GK in Assamese

    Session 4 (Top 10 MCQ)

     

    এই কুইজটোত ১০ টা বিশ্ব সাধাৰণ জ্ঞানৰ প্ৰশ্নউত্তৰ সন্নিৱিষ্ট কৰা হৈছে । আগন্তুক আমাৰ যিবোৰ প্ৰতিযোগিতামুলক পৰীক্ষা আহি আছে সকলোতে এইবোৰ প্ৰয়োজন । 

    241

    World GK in Assamese 4

    1 / 10

    বুৰবন বংশৰ ৰজাসকলে কোন দেশত ৰাজত্ব কৰিছিল ?

    2 / 10

    পৃথিৱীৰ মুঠ মহাসাগৰ কিমান খন ?

    3 / 10

    পৃথিৱীৰ আটাইতকৈ ক্ষুদ্র মহাদেশ খনৰ নাম কি ?

    4 / 10

    আমাৰ পৃথিৱী খনৰ মুঠ আয়তন কিমান ঘন কিলোমিটাৰ -

    5 / 10

    পৃথিৱীৰ কক্ষপথত ই কিমান বেগত সূৰ্য্য়ৰ চাৰিওঁফালে পৰিভ্ৰমণ কৰে ?

    6 / 10

    পৃথিৱীৰ বিষুৱ অঞ্চলৰ পূৱা-পশ্চিমাকৈ মুঠ পৰিধি কিমান কিমি?

    7 / 10

    আমাৰ পৃথিৱী খনৰ মুঠ ভূ-পৃষ্ঠৰ কিমান শতাংশ পানীয়ে আৱৰি আছে ?

    8 / 10

    পৃথিৱীৰ মেৰু পৰিধি অৰ্থাত উত্তৰা-দক্ষিণাকৈ কিমান দৈৰ্ঘ্য় ?

    9 / 10

    নেপোলিয়ন কোনখন দেশৰ একনায়ক আছিল ?

    10 / 10

    বছৰৰ আটাইতকৈ দীঘল দিনটো কোনটো তাৰিখত পৰে ?

    Your score is

    The average score is 42%

    0%

     

     

    World GK Quiz Part 1

    World GK Quiz Part 2

    World GK Quiz Part 3

    World GK Quiz Part 4

     

    যিবেোৰ পৰীক্ষাৰ বাবে এই কুইজবোৰ প্ৰয়োজন –

    Assam police Constable AB UB

    Assam Police Sub Inspector

    Assam Police Jail Warder

    Assam police APRO

    Assam Police Excise Constable SI

    Assam Police Junior Assistant

    Assam Police PwD Exam

    PNRD Assam 1004 Post

    Assam Secretariat Exam

    DSE Assam Job

    DME Assam Job

    Leave A Comment For Any Doubt And Question :-

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    www.AssamGKQuiz.com
    error: Content is protected !!