More 1
1 / 75
In which year Sukapha established Ahom Kingdom in Charaideo
2 / 75
The war of Saraighat was fought between Ahom and Mughal in the year
3 / 75
Mahatma Gandhi first visited Assam in the year
4 / 75
Who is the first barrister of Assam
5 / 75
The first book to win Sahitya Akademi Award is
6 / 75
The Guwahati Tea Auction Centre was established in the year
7 / 75
Gibon Wildlife Sanctury is located at
8 / 75
In which year National Games was held in Assam
9 / 75
In which district Garampani Wildlife Sanctuary is located
10 / 75
Which one is the largest district in Assam by area wise
11 / 75
Total number of Parliamentary constituency in Assam
12 / 75
Who was the first vice chancellor of Guwahati University
13 / 75
Guwahati University was established in the year
14 / 75
15 / 75
Which town is also known as the Manchester of Assam
16 / 75
Lakshminath Bezbaroa is honoured with Rasaraj by Asam Sahitya Sabha in the year
17 / 75
Namghosa was written by
18 / 75
Halodhia Choraye Baodhan Khai won the National Film Award for Best Feature Film in the year
19 / 75
The film Halodhia Choraye Baodhan Khai was directed by
20 / 75
How much percent of the Indian landmass is covered by the State of Assam
21 / 75
Which language is used by Sankardev to written Borgeets
22 / 75
The literacy rate of Assam according to 2011 census is
23 / 75
When the uprising of Patharughat took place
24 / 75
Who was the President of the Swaraj Party in Assam during freedom movement
25 / 75
The terracotta industry is located in
26 / 75
The Ahom Kingdom was established in the year
27 / 75
The Shiv dol was constructed during the reign of
28 / 75
The Asssam Public Service Commission (APSC) Regulation was promulgated in exercise of the powers
29 / 75
The first stadium of Assam was built in
30 / 75
লোক-সাহিত্য মুলতঃ কেই প্ৰকাৰৰ ?
31 / 75
সাধুকথা তলত উল্লেখ কৰা কোন শ্ৰেণীৰ সাহিত্য ?
32 / 75
লোকগীত প্রধানকৈ কেই প্ৰকাৰৰ ?
33 / 75
বিহুগীত, আইনাম, বিয়ানাম ইত্যাদি লোকগীতৰ কোনটো শ্ৰেণীত পৰে ?
34 / 75
বিহুগীতবোৰ সাধাৰণতে কোনটো ছন্দত ৰচনা কৰা হয় ?
35 / 75
কামৰূপত যোৰা নামক কি বুলি কোৱা হয় ?
36 / 75
আখ্যানমূলক লোকগীতসমূহক ইংৰাজীত কি বুলি কোৱা হয় ?
37 / 75
'বেলাড' শব্দৰ অসমীয়া প্ৰতিশব্দ কি ?
38 / 75
মণিকোঁৱৰৰ গীত, শান্তি বাৰমাহীৰ গীত, বৰফুকনৰ গীত ইত্যাদি কোন শ্ৰেণীৰ লোকগীত ?
39 / 75
আখ্যানমূলক লোকগীতসমূহক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰিব পাৰি ?
40 / 75
বুৰঞ্জীমূলক মালিতাৰ ভিতৰত সর্বপ্রাচীন গীতটো কি ?
41 / 75
জিকিৰ আৰু জাৰি গীতসমূহক কোন শ্ৰেণী সাহিত্যৰ অন্তর্ভুক্ত কৰিব পাৰি ?
42 / 75
জিকিৰ শব্দৰ অৰ্থ কি ?
43 / 75
হেমচন্দ্ৰ গোস্বামীয়ে কোনখিনি সময়ক গীতিযুগ বুলি নিৰ্দেশ কৰিছে ?
44 / 75
'Folk Literature of Assam' আৰু 'অসমীয়া জনসাহিত্য' শীর্ষক গ্ৰন্থ দুখনৰ লেখকজন কোন ?
45 / 75
'আকুল পথিক' গ্রন্থখনৰ লেখক কোন ?
46 / 75
অসমীয়া লোকগীত' গ্রন্থখন কাৰ ৰচনা ?
47 / 75
'অসমীয়া সাহিত্যৰ চানেকি' গ্রন্থখন কাৰ ৰচনা ?
48 / 75
'অখ্যাত কবিৰ বিখ্যাত ৰচনা' বুলি কোনবিধ সাহিত্যক কোৱা হয় ?
49 / 75
অসমীয়া ভাষাৰ প্ৰাচীনতম নিদৰ্শন বুলি কোন শ্ৰেণীৰ সাহিত্যক কোৱা হয় ?
50 / 75
সহজীয়া বৌদ্ধ সিদ্ধাচার্যসকলৰ দ্বাৰা ৰচিত আছিল -
51 / 75
চর্যাপদসমূহ ১৯০৭ চনত কোনে চনত সংগ্ৰহ কৰিছিল ?
52 / 75
হৰপ্ৰসাদ শাস্ত্ৰীয়ে 'চর্যাপদ' বা বৌদ্ধগানসমূহ ক'ৰ পৰা সংগ্ৰহ কৰি আনিছিল ?
53 / 75
চর্যাপদসমূহ হৰপ্ৰসাদ শাস্ত্ৰীয়ে 'হাজাৰ বছৰেৰ পুৰাণ বাঙ্গালা ভাষায় বৌদ্ধগান ও দোহা' এই নামেৰে কিমান চনত প্রকাশ কৰিছিল ?
54 / 75
'চর্যাচর্য বিনিশ্চয়' নামটো কোনে দিছিল ?
55 / 75
চর্যাপদৰ মূল পুথিখন বা 'চর্যাচর্য বিনিশ্চয়'ৰ আচল নাম কি ?
56 / 75
'চর্যাচর্য বিনিশ্চয়'ত কিমানটা পূর্ণগীত পোৱা যায় ?
57 / 75
'চর্যাচর্য বিনিশ্চয়'ত কিমানজন সিদ্ধাচার্যৰ গীত সন্নিৱিষ্ট আছে ?
58 / 75
চর্যাগীত সমুহৰ ভাষা কি ?
59 / 75
সন্ধ্যাৰ আধা আলো আধা ছাঁয়াৰ ৰহস্যঘনতাই আবৃত গীত বুলি কাক অভিহিত কৰা হয় ?
60 / 75
কাৰ চর্যাত ব্যাধ আৰু হৰিণ চিকাৰৰ বর্ণনা আছে ?
61 / 75
কোনটো চর্যাত দবা খেলৰ উল্লেখ আছে ?
62 / 75
কিমান নং চৰ্যাত বিবাহ যাত্ৰাৰ বর্ণনা আছে ?
63 / 75
কোনটো চর্যাত ৰজাই সৈন্য সামন্ত লৈ পৰৰাজ্য অধিকাৰ কৰাৰ প্রয়াস বর্ণিত আছে ?
64 / 75
চর্যাপদত কোনখন সমাজৰ চিত্ৰ বিশেষভাৱে অঙ্কিত ?
65 / 75
চর্য্যাপদ-(১) "কাআ তৰুবৰ পঞ্চ বি ডাল" শীর্ষক গীতটি কাৰ ৰচনা ?
66 / 75
চর্য্যাপদ-(১) "কাআ তৰুবৰ পঞ্চ বি ডাল" শীর্ষক গীতটিৰ ৰাগ কি ?
67 / 75
চৰ্যাপদবোৰ কি ছন্দত ৰচিত ?
68 / 75
অসমীয়া ভাষাৰ উপৰিও আন কি কি ভাষাৰ লোকে চর্যাপদক সেই ভাষাৰ প্ৰাচীনতম নিদৰ্শন বুলি গ্ৰহণ কৰিছে ?
69 / 75
দশম শতাব্দীৰ কামৰূপৰ ৰজা ৰত্নপালক বজ্রযানী পন্থাত বিশ্বাস কৰোৱা চর্যাকাৰজন কোন আছিল ?
70 / 75
'চর্যাচর্য বিনিশ্চয়'ৰ টীকাকাৰ কোন আছিল ?
71 / 75
লোক সমাজে বেদৰ বাণী জ্ঞান কৰা লোক সাহিত্য বিধ কি ?
72 / 75
মাত্ৰাবৃত্ত ছন্দৰ সলনি আক্ষৰিক ছন্দৰ প্রৱর্তন কোন যুগত হৈছিল?
73 / 75
হেম সৰস্বতী, কবিৰত্ন সৰস্বতী, ৰুদ্ৰ কন্দলী, হৰিবৰ বিপ্র আৰু মাধৱ কন্দলী আদি কোন যুগৰ কবি -
74 / 75
হেম সৰস্বতীয়ে কোনজন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল ?
75 / 75
'প্ৰহ্লাদ চৰিত্র' আৰু 'হৰগৌৰী-সংবাদ' কোনে ৰচনা কৰিছিল ?
Your score is
The average score is 31%
Restart quiz
Your email address will not be published. Required fields are marked *
Comment
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.