Sports GK in Assamese
Important for –
Assam Agriculture, Assam Police Constable Exam, Jail warder, Assam Forest Exam, PNRD, Assam Secretariat, DHS, DECT, Handloom & Sericulture, DC Office, Gauhati High Court & All Other competitive exam of Assam.
- 2000 Assam GK (অসমীয়া মাধ্য়মত) – Click Here To Buy (Rs.50/- only)
- Assam All Grade-3 & Grade-4 Exam guide eBook of 25000 Q-Ans = Click here to Buy
- D.Ed.Ed PET Exam ৰ বাবে অসমীয়া মাধ্যমত PDF কিতাপ- Click To Buy
Questions =
[-Q-]. উইম্বলডন জুনিয়ৰ খিতাপ লাভ কৰা প্ৰথম ভাৰতীয় হোৱাৰ মৰ্যাদা কাৰ আছে ?
(ক) জয়দীপ মুখাৰ্জী (খ) ৰামনাথন কৃষ্ণন (গ) ৰমেশ কৃষ্ণ (ঘ) এইবোৰৰ কোনোটোৱেই নহয়
উত্তৰ = ৰামনাথন কৃষ্ণন
[-Q-]. উইম্বলডন জুনিয়ৰ খিতাপ অৰ্জন কৰা প্ৰথম ভাৰতীয় মহিলা খেলুৱৈ হ’ল ?
(ক) চাইনা নেহৱাল (খ) ছানিয়া মিৰ্জা (গ) দিয়া মিৰ্জা (ঘ) শিখা অবেৰয়
উত্তৰ = ছানিয়া মিৰ্জা
[-Q-]. নিম্নলিখিত কোনখন খেলত বল ব্যৱহাৰ কৰা নহয় ?
(ক) ফুটবল (খ) ক্ৰিকেট (গ) বেডমিণ্টন (ঘ) টেনিছ
উত্তৰ = বেডমিণ্টন
[-Q-]. নৰেন্দ্ৰ হিৰৱানীয়ে কোনটো দলৰ বিৰুদ্ধে এখন টেষ্ট মেচত ১৬ টা উইকেট দখল কৰিছিল ?
(ক) নিউজিলেণ্ড (খ) ৱেষ্ট ইণ্ডিজ (গ) শ্ৰীলংকা (ঘ) পাকিস্তান
উত্তৰ = ৱেষ্ট ইণ্ডিজ
[-Q-]. ইয়াৰে কোনটো দল সংগঠিত নহয় ?
(ক) ভলীবল (খ) কাবাডী (গ) দবা (ঘ) ফুটবল
উত্তৰ = দবা
[-Q-]. চেণ্ডো ‘জাল্লিকাট্টু’ক বশ কৰাৰ খেল কোন খন ৰাজ্যত বিখ্যাত ?
(ক) কেৰালা (খ) উৰিষ্যা (গ) দুয়োটা (ঘ) তামিলনাডু
উত্তৰ = তামিলনাডু
[-Q-]. নিম্নলিখিত কোনখন চহৰত এলিফেণ্ট মাৰাথন অনুষ্ঠিত হয় ?
(ক) ত্ৰিচুৰ (খ) গেংটক (গ) কোহিমা (ঘ) মাংগালোৰ
উত্তৰ = ত্ৰিচুৰ
[-Q-]. ভাৰতৰ কোনখন ৰাজ্যই মালখাম্বক ইয়াৰ ৰাজ্যিক ক্ৰীড়া হিচাপে ঘোষণা কৰিছে ?
(ক) মহাৰাষ্ট্ৰ (খ) মধ্য প্ৰদেশ (গ) উত্তৰ প্ৰদেশ (ঘ) বিহাৰ
উত্তৰ = মধ্য প্ৰদেশ
[-Q-]. ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস 29 আগষ্টত পালন কৰা হয় । নিম্নলিখিত কোনটোৰ সৈতে ইয়াৰ সম্পৰ্ক আছে ?
(ক) ধ্যান চান্দ (খ) দিলীপ সিং (গ) মিলখা সিং (ঘ) চি.কে. নাইডু
উত্তৰ = ধ্যান চান্দ
[-Q-]. 1975 চনৰ স্বৰ্ণ পদক বিজয়ী বিশ্বকাপ হকীৰ ভাৰতীয় দলৰ অধিনায়ক কোন আছিল ?
(ক) অমন সিং (খ) অজিত পাল সিং (গ) সন্দীপ সিং (ঘ) ৰূপ সিং
উত্তৰ = অজিত পাল সিং
[-Q-]. নিম্নলিখিত কোনটো খেলৰ নাম নহয় ?
(ক) বিলিদাৰ (খ) পোলো (গ) দলং (ঘ) অলিম্পিক
উত্তৰ = অলিম্পিক
[-Q-]. নিম্নলিখিত কোনখন দেশে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট নেখেলে ?
(ক) জাপান (খ) ভাৰত (গ) নিউজিলেণ্ড (ঘ) বাংলাদেশ
উত্তৰ= জাপান
[-Q-]. নিম্নলিখিত কোনখন দেশে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট নেখেলে ?
(ক) ৰাছিয়া (খ) এছ.আফ্ৰিকা (গ) পাকিস্তান (ঘ) অষ্ট্ৰেলিয়া
উত্তৰ= ৰাছিয়া
[-Q-]. ভাৰত কেতিয়া বিশ্বকাপ ক্ৰিকেটৰ প্ৰথম চেম্পিয়ন হৈছিল ?
(ক) ১৯৭৯ (খ) ১৯৮৩ (গ) ১৯৮৭ (ঘ) ২০১১
উত্তৰ= ১৯৮৩
[-Q-]. টেষ্ট ক্ৰিকেটত ৬ বলৰ অভাৰ কেতিয়া আৰম্ভ হৈছিল ?
(ক) ১৮৯০ (খ) ১৯১১ (গ) ১৯০০ (ঘ) ১৯৪৩
উত্তৰ= ১৯০০
[-Q-]. কোন গৰাকী মহিলা টেনিছ খেলুৱৈয়ে আটাইতকৈ বেছি বাৰ গ্ৰেণ্ড শ্লেম খিতাপ জিকিছে ?
(ক) ছেৰেনা উইলিয়ামছ (খ) ষ্টেফি গ্ৰাফ (গ) ভেনাস উইলিয়ামছ (ঘ) মাৰ্গাৰেট কোৰ্ট
আনছ= ছেৰেনা উইলিয়ামছ
[-Q-]. মাউণ্ট এভাৰেষ্টৰ শীৰ্ষত আৰোহণ কৰা আটাইতকৈ বয়সস্থ ভাৰতীয় মহিলা কোন ?
(ক) পোৱালীৰ পাল (খ) প্ৰেমলতা আগৰৱালা (গ) প্ৰভা কুমাৰী (ঘ) টিনা মেনা
উত্তৰ = প্ৰেমলতা আগৰৱালা
[-Q-]. টেনিছত গ্ৰেণ্ড শ্লেম জয় কৰা প্ৰথম ভাৰতীয় খেলুৱৈ হ’ল ?
(ক) মহেশ ভূপতি (খ) ৰমেশ কৃষ্ণ (গ) আনন্দ অমৃতৰাজ (ঘ) এইবোৰৰ কোনোটোৱেই নহয়
উত্তৰ = মহেশ ভূপতি
[-Q-]. অলিম্পিকৰ ব্যক্তিগত প্ৰতিযোগিতাত পদক জয় কৰা প্ৰথম ভাৰতীয় কোন ?
(ক) কে.ডি. যাদৱ (খ) লিয়েণ্ডাৰ পেচ (গ) ৰাজ্যবৰ্ধন সিং ৰাঠৌৰ (ঘ) মিলখা সিং
উত্তৰ= কে.ডি. যাদৱ
[-Q-]. ভাৰতৰ প্ৰথম টেষ্ট ক্ৰিকেটৰ অধিনায়ক কোন আছিল ?
(ক) লালা অমৰনাথ (খ) বিজয় হাজাৰে (গ) চি.কে. নাইডু (ঘ) ভিনু মানকাড
উত্তৰ = চি.কে. নাইডু
[-Q-]. প্ৰথম খন এদিনীয়া ক্ৰিকেট খেল কেতিয়া খেলা হৈছিল ?
(ক) ১৯৭১ (খ) ১৯৭২ (গ) ১৯৭৪ (ঘ) ১৯৭৫
উত্তৰ= ১৯৭১
[-Q-]. কোনখন দেশে বিশ্বকাপ ফুটবলৰ সৰ্বাধিক বিজয়ী হোৱাৰ সুযোগ লাভ কৰিছে ?
(ক) ইটালী (খ) আৰ্জেণ্টিনা (গ) ব্ৰাজিল (ঘ) জাৰ্মানী
আনচ= ব্ৰাজিল
[-Q-]. যিকোনো বিদেশী ফুটবল ক্লাবৰ হৈ খেলা প্ৰথম ভাৰতীয় খেলুৱৈ কোন ?
(ক) এম. জয় (খ) শিশিৰ ঘোষ (গ) জিঅ’পাল এঞ্চেৰী (ঘ) বাইচুং ভূটিয়া
উত্তৰ = বাইচুং ভূটিয়া
[-Q-]. বিশ্বকাপ ফুটবলৰ প্ৰথম বিজয়ী দেশ ?
(ক) ইটালী (খ) ব্ৰাজিল (গ) উৰুগুৱে (ঘ) আৰ্জেণ্টিনা
উত্তৰ = উৰুগুৱে
[-Q-]. মাউণ্ট এভাৰেষ্ট দুবাৰ জয় কৰা প্ৰথম মহিলা আৰোহী কোন ?
(ক) সন্তোষ যাদৱ (খ) বচেন্দ্ৰী পাল (গ) জয় কুমাৰী (ঘ) এইবোৰৰ কোনোটোৱেই নহয়
উত্তৰ = সন্তোষ যাদৱ
[-Q-]. এভাৰেষ্টৰ শিখৰ আৰোহণ কৰা প্ৰথম কনিষ্ঠ মহিলা কোন ?
(ক) সন্তোষ যাদৱ (খ) বচেন্দ্ৰী পাল (গ) কুংগা ভাটিয়া (ঘ) ডিকি ডলমা
উত্তৰ = ডিকি ডলমা
[-Q-]. কোন বছৰত এভাৰেষ্ট আৰোহণ প্ৰথমে সফল হৈছিল ?
(ক) ১৯৪৮ (খ) ১৯৫৩ (গ) ১৯৮৭ (ঘ) ১৯৪৯
উত্তৰ= ১৯৫৩ চনত
[-Q-]. পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত শৃংগ মাউণ্ট এভাৰেষ্ট সফলতাৰে আৰোহণ কৰা প্ৰথম পৰ্বতাৰোহী ?
(ক) টেনজিং নৰ্জ (খ) এডমাণ্ড হিলাৰী (গ) দুয়োটা (ঘ) এইবোৰৰ কোনোটোৱেই নহয়
উত্তৰ = দুয়োটা (ক) আৰু (খ)
[-Q-]. পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত শৃংগ মাউণ্ট এভাৰেষ্ট সফলতাৰে আৰোহণ কৰা প্ৰথম পৰ্বতাৰোহী ?
(ক) বচেন্দ্ৰী পাল (খ) সন্তোষ যাদৱ (গ) জুনকো তাবেই (ঘ) ডিকি ডলমা
উত্তৰ = জুনকো তাবেই
[-Q-]. পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ভাৰতীয় মহিলা ?
(ক) বচেন্দ্ৰী পাল (খ) সন্তোষ যাদৱ (গ) ডিকি ডলমা (ঘ) কুংগা ভাটিয়া
উত্তৰ = বচেন্দ্ৰী পাল
PDF Link – Click To Download
আমাৰ অন্য়ান্য় কুইজ বিলাক তলৰ লিংকবিলাকৰ পৰা চাব পাৰিব । ধন্যবাদ
Assam GK Free PDF Link – Assam GK PDF
অসমীয়া আৰু ইংৰাজীত অন্যান্য কুইজৰ লিংক –
1000 Assam GK Parts Link –
1000 Assam GK (Part-1) – Assam GK (P-1)
1000 Assam GK (Part-2) – Assam GK (P-2)
1000 Assam GK (Part-3) – Assam GK (P-3)
1000 Assam GK (Part-4) – Assam GK (P-4)
1000 Assam GK (Part-5) – Assam GK (P-5)
Assam GK Quiz (Assamese) –
Assam GK Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 1
Assam GK Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 2
Assam GK Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 3
Assam GK Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 4
Assam GK Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 5
Assam GK Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 6
Assam GK Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 7
Assam GK Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 8
Assam History (Assamese) –
Assam বুৰঞ্জী Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 1
Assam বুৰঞ্জী Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 2
Assam বুৰঞ্জী Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 3
Assam বুৰঞ্জী Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 4
Assam বুৰঞ্জী Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 5
Assam বুৰঞ্জী Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 6
Assam বুৰঞ্জী Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 7
Assam বুৰঞ্জী Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 8
Assam GK Quiz (English) –
Assam GK Quiz (ইংৰাজী মাধ্যমত) = Assam GK Quiz 1
Assam GK Quiz (ইংৰাজী মাধ্যমত) = Assam GK Quiz 2
Assam GK Quiz (ইংৰাজী মাধ্যমত) = Assam GK Quiz 3
Assam GK Quiz (ইংৰাজী মাধ্যমত) = Assam GK Quiz 4
Assam GK Quiz (ইংৰাজী মাধ্যমত) = Assam GK Quiz 5
Assam GK Quiz (ইংৰাজী মাধ্যমত) = Assam GK Quiz 6
Assam GK Quiz (ইংৰাজী মাধ্যমত) = Assam GK Quiz 7
Assam GK Quiz (ইংৰাজী মাধ্যমত) = Assam GK Quiz 8
Complete Assam Exam Guide eBook (PDF) –
- APSC Assam Exam Guide eBook – Click Here to Buy
- Agriculture Department Assam 1837 Post Exam guide eBook – Click here to Buy
- DC Office Junior Assistant Exam guide eBook – Click here to Buy
- Complete Maths Course in Assamese – Click Here to Buy
- 2000 Assam GK (অসমীয়া মাধ্য়মত) – Click Here To Buy (Rs.50/- only)
- 2000 Assam GK (English Medium) – Click Here To Buy (Rs.55/- only)
- 5000 Science Question Answer (অসমীয়া মাধ্য়মত) – Click Here To Buy
- 5250 General Knowledge (Volume-1) (অসমীয়া মাধ্য়মত) – Click Here To Buy (Rs.80/- Only)
- 5000 General Knowledge (Volume-2) (অসমীয়া মাধ্য়মত) – Click Here To Buy (Rs.75/- Only)
- 2000 Computer GK Q-Ans (English Medium)- Click Here To Buy (Rs.48/- Only)
- 2300 Indian History Q-Ans (English Medium)- Click Here To Buy (Rs.42/- Only)
- English Grammar (2000 MCQ) – Click Here To Buy (Rs.50/- Only)
Assam Literature GK Quiz in Assamese –
Assam Literature Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 1
Assam Literature Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 2
Assam Literature Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 3
Assam Literature Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 4
Assam Literature Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 5
Indian History GK Quiz in Assamese –
Indian History Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 1
Indian History Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 2
Indian History Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 3
Indian History Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 4
Indian History Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 5
Indian History GK Quiz in English –
Indian History Quiz (ইংৰাজী মাধ্যমত) = Assam GK Quiz 1
Indian History Quiz (ইংৰাজী মাধ্যমত) = Assam GK Quiz 2
Indian History Quiz (ইংৰাজী মাধ্যমত) = Assam GK Quiz 3
Indian History Quiz (ইংৰাজী মাধ্যমত) = Assam GK Quiz 4
Indian History Quiz (ইংৰাজী মাধ্যমত) = Assam GK Quiz 5
World GK Quiz in Assamese –
World History Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 1
World History Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 2
World History Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 3
World History Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 4
Science GK Quiz in Assamese –
Science GK Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 1
Science GK Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 2
Science GK Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 3
Science GK Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 4
Science GK Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 5
Computer GK Quiz in Assamese –
Computer GK Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 1
Computer GK Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 2
Computer GK Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 3
1000 Assam GK Collection –
Read Assam GK 20 Question Answer Here (Part-1) – Assam GK
Read Assam GK 20 Question Answer Here (Part-2) – Assam GK
Read Assam GK 20 Question Answer Here (Part-3) – Assam GK
Read Assam GK 20 Question Answer Here (Part-4) – Assam GK
Read Assam GK 20 Question Answer Here (Part-5) – Assam GK