• Assam GK Quiz
  • Assam GK Quiz
  • Assam GK Quiz
  • Assam GK Quiz
  • অসমীয়াত Quiz
  • Quiz in English
  • GK Study
  • eBooks PDF
  • Assam History
  • Indian History
  • Computer GK
  • Current Affairs
  • Assam GK Quiz in Assamese Part-1 for Assam Police & All Upcoming Assam Exam

    Assam GK Quiz in Assamese

    আপোনালোকৰ বাবে এই পোষ্টত ১০ টা অসমৰ লগত জড়িত কুইজ আগবঢ়োৱা হৈছে । এই প্ৰশ্নবোৰে আপোনালোকৰ আগন্তুক সকলো পৰীক্ষাত সহায় কৰিব ।

    1736
    Created on By Education For Assam

    Assam GK Quiz in Assamese 1

    1 / 10

    সমুদ্ৰৰ বালিচৰ পৰি হোৱা ‘লেখাপুখুৰী’ অসমৰ কোন ঠাইত অৱস্থিত ?

    2 / 10

    অসমৰ সর্বোচ্চ শৃঙ্গটো নাম কি ?

    3 / 10

    অসমৰ মুঠ জনসংখ্যাৰ ২০১১ চনৰ লোক পিয়ল অনুসৰি কিমান শতাংশ লোক অনুসূচিত জাতিৰ ?

    4 / 10

    অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ লোক ২০১১ চনৰ লোক পিয়ল অনুসৰি অনুসূচিত জনজাতিৰ ?

    5 / 10

    বিশ্বৰ সর্ববৃহৎ নদী-দ্বীপ মাজুলী অসমৰ কোন জিলাত অৱস্থিত ?

    6 / 10

    অসমৰ মুঠ জনসংখ্যাৰ ২০১১ চনৰ লোক পিয়ল অনুসৰি কিমান শতাংশ লোক চহৰত বাস কৰে ?

    7 / 10

    অসমত শিক্ষিতৰ হাৰ ২০১১ চনৰ লোক পিয়ল অনুসৰি কিমান শতাংশ ?

    8 / 10

    অসমত জনসংখ্যাৰ ঘনত্ব কিমান ২০১১ চনৰ লোক পিয়ল অনুসৰি ?

    9 / 10

    অসমৰ ২০১১ চনৰ লোক পিয়ল অনুসৰি মুঠ মহিলা কিমান সংখ্যক আছে অসমত ?

    10 / 10

    ২০১১ চনৰ লোক পিয়ল অনুসৰি আমাৰ অসমৰ মুঠ জনসংখ্যা কিমান -

    Your score is

    The average score is 44%

    0%

    অসমীয়া অন্যান্য কুইজৰ লিংক –

    অসমীয়া অন্যান্য কুইজৰ লিংক –

    Assamese Quiz Link – 1

    Assamese Quiz Link – 2

    Assamese Quiz Link – 3

     

    অন্যান্য অসম কুইজ –

    Assam GK Quiz 1

    Assam GK Quiz 2

    Assam GK Quiz 3

    Assam GK Quiz 5

    Leave A Comment For Any Doubt And Question :-

    3 responses to “Assam GK Quiz in Assamese Part-1 for Assam Police & All Upcoming Assam Exam”

    1. Susmita says:

      Very helpful

    2. it is helpfull for me..i ll practice these

    3. Sumsum says:

      Very Interesting and Helpful.. ThankYou..

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    www.AssamGKQuiz.com
    error: Content is protected !!