• Assam GK Quiz
  • Assam GK Quiz
  • Assam GK Quiz
  • Assam GK Quiz
  • অসমীয়াত Quiz
  • Quiz in English
  • GK Study
  • eBooks PDF
  • Assam History
  • Indian History
  • Computer GK
  • Current Affairs
  • Indian History GK Quiz in Assamese Part-2 for All Assam Competitive Exam of Assam

    Indian History GK Quiz in Assamese

    Assam GK Quiz website

     

    এই খণ্ডটোত ১৫ টা ভাৰত বুৰঞ্জীৰ প্ৰশ্ন-উত্তৰ আগ বঢ়োৱা হৈছে । যিবোৰ প্ৰশ্ন পূৰ্বৰ বিভিন্ন পৰীক্ষাত দেখা গৈছিল তথা বিভিন্ন পৰীক্ষাত পুণৰবৃত্তি হৈ থাকে । সকলোৱে কুইজটো দি নিজৰ নম্বৰ কমেন্ট কৰিব ।

    139
    Created by Education For Assam

    Indian History GK Quiz in Assamese 4

    Indian History GK Quiz in Assamese part-4 for all upcoming Exams of Assam.

    1 / 15

    কোনজন শাসকে ইতিহাস প্রসিদ্ধ কুতুব মিনাৰৰ নিৰ্মাণ কাৰ্য সমাপ্ত কৰিছিল -

    2 / 15

    কুতুবুদ্দিনে ৰাজত্ব কৰিছিল -

    3 / 15

    দিল্লীৰ কোনজন চুলতানক ইতিহাসৰ বিচিত্ৰ পুৰুষ তথা সৃষ্টিৰ পৰম বিস্ময় বুলি কোৱা হয় ?

    4 / 15

    পানীপথৰ প্রথম যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল ?

    5 / 15

    ভাৰতৰ্ষৰ কোনজন শাসকক অমিত্ৰঘাত  বা (শত্ৰুনিধক) আখ্যা দিয়া হৈছে ?

    6 / 15

    তুৰ্কী ভাষাত বাবৰ শব্দৰ অৰ্থ কি -

    7 / 15

    গিয়াচুদ্দিন টোগলকৰ পিছত কোন দিল্লীৰ ৰাজসিংহাসনত বহিছিল ?

    8 / 15

    ভাৰতবৰ্তষ বিক্ৰমী যুগ কেতিয়াৰ পৰা  আৰম্ভ হয় ?

    9 / 15

    জ্ঞানী-মূৰ্খ চুলতান বুলি কোনজন দিল্লীৰ চুলতানক কোৱা হয় ?

    10 / 15

    ভাৰত বুৰঞ্জীত  সোণালী যুগ বুলি কোনটো যুগক কোৱা হৈছে ?

    11 / 15

    প্রথমজনী মহিলা কোন আছিল যিয়ে দিল্লীৰ সিংহাসনত বহিছিল  ?

    12 / 15

    বিখ্য়াত তৰাইনৰ যুদ্ধখন কাৰ কাৰ মাজত সংঘঠিত হৈছিল ?

    13 / 15

    কেতিয়া মহাবীৰ আলেকজেণ্ডাৰে আমাৰ ভাৰতবৰ্ষ আক্ৰমণ কৰিছিল ?

    14 / 15

    দিল্লীৰ কোনজন চুলতানে সৈনিক সকলক জাইগীৰি দিয়াৰ পৰিৱৰ্তে বেতন দিয়াৰ নিয়ম প্রৱৰ্তন কৰিছিল ?

    15 / 15

    সম্ৰাট অশোকক কোনজন বৌদ্ধ সন্নাসীয়ে বৌদ্ধ ধৰ্মত দীক্ষিত কৰিছিল ?

    Your score is

    The average score is 54%

    0%

     

    This Indian History GK Quiz Part – 2 is important for –

    Assam polcie Constable Exam

    Assam Police SI Exam

    Assam Police APRO

    Assam Police Jail Warder

    Assam Secretariat Exam

    Agriculture Dept Exam

    Assam Labour Department Exam

    Transport Department Exam

    Leave A Comment For Any Doubt And Question :-

    One response to “Indian History GK Quiz in Assamese Part-2 for All Assam Competitive Exam of Assam”

    1. ABHIJIT SENSUA says:

      Good
      Very Good

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    www.AssamGKQuiz.com
    error: Content is protected !!