• Assam GK Quiz
  • Assam GK Quiz
  • Assam GK Quiz
  • Assam GK Quiz
  • অসমীয়াত Quiz
  • Quiz in English
  • GK Study
  • eBooks PDF
  • Assam History
  • Indian History
  • Computer GK
  • Current Affairs
  • Assam History Quiz in Assamese Part-2 for Assam Police, PNRD, Secretariat & Other Exam

    Assam History Quiz in Assamese

    ইয়াত অসম বুৰঞ্জীৰ প্ৰশ্নউত্তৰ সন্নিৱিষ্ট কৰা হৈছে । যিকেইটা আগন্তুক অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰয়োজনীয় । অসমত ২০২০ চনত বিভিন্ন ধৰণৰ পদ বহু বিভাগৰ পৰা মুকলি হৈছে । সেই সকলোবোৰ পৰীক্ষাৰ বাবে আপোনালোকৰ সহায় হোৱকৈ এই প্ৰশ্নবোৰ আগ বঢ়োৱা হৈছে ।

    কুইজটো Attempt কৰি আপোনাৰ Friends লৈ কৰিব ।

     

    /10
    412
    Created on By Education For Assam

    Assam History Quiz Assamese 2

    1 / 10

    বৰবৰুৱা পদ কোনজন আহোম ৰজাই সৃষ্টি কৰে ?

    2 / 10

    কোন জন আহোম ৰজাই বিখ্যাত কাৰেং ঘৰ নিৰ্মাণ কৰাইছিল ?

    3 / 10

    কোনজন আহোম ৰজাই চৰগুৱালৈ অসমৰ ৰাজধানী স্থানান্তৰিত কৰিছিল ?

    4 / 10

    মহাপুৰুষ  শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ‘নৱ বৈবষৱ’ ধৰ্ম কোনজন আহোম ৰজাৰ দিনত প্রচাৰ কৰিব আৰম্ভ কৰে ?

    5 / 10

    কোনজন আহোম ৰজাৰ কোঁৱৰী বৰৰজা ফুলেশ্বৰী আছিল ?

    6 / 10

    কোনজন আহোম ৰজাই মণিপুৰৰ ৰাজকন্যা কুৰঙ্গনয়নীক বিয়া কৰাইছিল ?

    7 / 10

    আহোম ৰাজ্যৰ প্রতিষ্ঠা কোনে কৰিছিল ?

    8 / 10

    ৰজা শ্ৰীহৰ্ষৰ জীয়েকৰ নাম কি যাক নেপাল দেশৰ ৰজালৈ বিয়া দিছিল -

    9 / 10

    পান্দুত কেতিয়া কংগ্ৰেছৰ অধিৱেশন অনিষ্ঠিত হৈছিল ?

    10 / 10

    বুঢ়া ৰজা তথা বুদ্ধি স্বৰ্গনাৰায়ণ বুলি কোনজন আহোম ৰজাক জনা গৈছিল -

    Your score is

    The average score is 51%

    0%

     

    Important for –

    Assam police AB UB Constable, Sub Inspector, Jail Warder

    Assam police Junior Assistant 204 Post

    Assam police Excise Department 203 Post

    Assam Secretariat 173 JAA Post

    PNRD Assam 1004 Post

    Assam Agriculture Dept Exam

    DC Office Exam

    DSE, DHS, DME Exam

     

    অসমীয়া অন্যান্য কুইজৰ লিংক –

    Assamese Quiz Link – 1

    Assamese Quiz Link – 2

    Assamese Quiz Link – 3

     

    অন্যান্য অসম কুইজ –

    Assam GK Quiz 1

    Assam GK Quiz 2

    Assam GK Quiz 3

    Assam GK Quiz 5

     

    অসম বুৰঞ্জীৰ কুইজ অসমীয়াত –

    Assam History Quiz in Assamese – 1

    Assam History Quiz in Assamese – 2

    Assam History Quiz in Assamese – 3

    Assam History Quiz in Assamese – 4

    Assam History Quiz in Assamese – 5

    Leave A Comment For Any Doubt And Question :-

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    www.AssamGKQuiz.com
    error: Content is protected !!