• Assam GK Quiz
  • Assam GK Quiz
  • Assam GK Quiz
  • Assam GK Quiz
  • অসমীয়াত Quiz
  • Quiz in English
  • GK Study
  • eBooks PDF
  • Assam History
  • Indian History
  • Computer GK
  • Current Affairs
  • Assam GK Quiz of Assamese Literature Part-2 for Assam Police, Secretariat, PNRD, DC Office Exam

    Assam GK Quiz of Assamese Literature

    Assamese Quiz for all Assam competitive exam. Assamese Literature & Assam History quiz in Assamese. Assam police SI Exam, Assam Police Constable Exam, Assam Secretariat Exam, DSE Exam, DME Exam, DC Office Exam.

    327
    Created by Education For Assam

    Assam Literature GK 2

    1 / 15

    চতুৰ্দশ শতিকাত ৰচিত প্ৰহ্লাদ চৰিত্ৰ পুথিখন কোনজন সাহিত্য়িকৰ ৰচনা -

    2 / 15

    কোনখন উপন্যাসৰ আধাৰত নিৰ্মিত হৈছিল ‘অদাহ্য’ নামৰ কথাছবিখন -

    3 / 15

    কি ছদ্মনামেৰে ড° নিৰ্মল প্ৰভা বৰদলৈ জনাজাত ?

    4 / 15

    যতীন্দ্ৰ নাথ দুৱাৰাদেৱৰ কোনখন পুথিয়ে সাহিত্য অকাডেমী বটা লাভ কৰিছিল 

    5 / 15

    বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যদেৱে কোনখন উপন্যাসৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰিছিল -

    6 / 15

    অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি আছিল ?

    7 / 15

    বিষ্ণু ৰাভাৰদেৱৰ কোন চনৰ কোন তাৰিখে মৃত্যু হৈছিল?

    8 / 15

    জোনাকৰে ৰাতি, অসমীৰ মাটি, জিলিকি জিলিকি পৰে - শীৰ্ষক ভুপেন হাজৰিকাদেৱৰ ৰচিত গীতচি কোনে গাইছে ?

    9 / 15

    শীলভদ্ৰ ছদ্মনাম কোনজন অসমীয়া সাহিত্যিকৰ আছিল ?

    10 / 15

    কোনজন ব্যক্তিয়ে ক্ৰমে সৰ্বভাৰতীয় কথা পুৰস্কাৰ, সাহিত্য অকাডেমী বঁটা, অসম উপত্যকা বঁটা আৰু অসম প্ৰকাশন বঁটা - এই সকলোবোৰ লাভ কৰিছিল -

    11 / 15

    পুথি অধ্যয়নেই হৈছে বিদ্যা উপাৰ্জনৰ প্ৰধান উপায়- এইষাৰ উক্তিযাৰ কোনজন সাহিত্য়িকৰ -

    12 / 15

    মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ এটি গুপ্তনাম আছিল ?

    13 / 15

    হোমেন বৰগোহাঞিদেৱৰ কোনখন উপন্যাসৰ আধাৰত এখন চলচিত্ৰ নিৰ্মাণ কৰা হৈছে ?

    14 / 15

    প্ৰথম অসমীয়া পুথিখন কোনখন যিখনে সাহিত্য অকাডেমী পুৰস্কাৰ লাভ কৰিছিল ?

    15 / 15

    জোনাকী যুগৰ ত্ৰিমূৰ্ত্তি নামে জনাজাত ব্যক্তি তিনিজনৰ দুগৰাকী হ’ল হেমচন্দ্ৰ গোস্বামী আৰু চন্দ্ৰ কুমাৰ আগৰৱালা । তৃতীয় গৰাকী ব্যক্তি কোন?

    Your score is

    The average score is 59%

    0%

     

    Assam Literature Quiz – Part-1

    Assam Literature Quiz – Part-3

    Assam Literature Quiz – Part-4

    Assam Literature Quiz – Part-5

     

    Assam GK Quiz in Assamese –

    (অসমীয়া কুইজ)

    Assam GK quiz in Assamese Part-1 – Click To Start

    Assam GK quiz in Assamese Part-2 – Click To Start

    Assam GK quiz in Assamese Part-3 – Click To Start

     

    Assam History Quiz in Assamese –

    (অসম বুৰঞ্জীৰ কুইজ অসমীয়াত)

    Assam History quiz in Assamese Part-1 – Click To Start

    Assam History quiz in Assamese Part-2 – Click To Start

    Assam History quiz in Assamese Part-3 – Click To Start

    Assam History quiz in Assamese Part-4 – Click To Start

    Assam History quiz in Assamese Part-5 – Click To Start

     

    Assam GK Quiz in English –

    GK Quiz Session-1 – Click to Start

    GK Quiz Session-2 – Click to Start

    GK Quiz Session-3 – Click to Start

    GK Quiz Session-4 – Click to Start

    GK Quiz Session-5 – Click to Start

     

    World GK Quiz (অসমীয়াত বিশ্ব কুইজ)

    World GK Quiz in Assamese Session-1 – Click To Start

    World GK Quiz in Assamese Session-2 – Click To Start

    World GK Quiz in Assamese Session-3 – Click To Start

    World GK Quiz in Assamese Session-4 – Click To Start

    Leave A Comment For Any Doubt And Question :-

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    www.AssamGKQuiz.com
    error: Content is protected !!