• Assam GK Quiz
  • Assam GK Quiz
  • Assam GK Quiz
  • Assam GK Quiz
  • অসমীয়াত Quiz
  • Quiz in English
  • GK Study
  • eBooks PDF
  • Assam History
  • Indian History
  • Computer GK
  • Current Affairs
  • Assam GK Quiz of Assamese Literature Part-5 for Assam Police, Secretariat, PNRD, DC Office Exam

    Assam GK Quiz of Assamese Literature

    Assamese Quiz for all Assam competitive exam. Assamese Literature & Assam History quiz in Assamese. Assam Police SI Un Armed Branch Exam, Assam Police Constable AB UB Exam, Assam Secretariat Exam, DSE Exam, DME Exam, DC Office Exam.

    200
    Created by Education For Assam

    Assam Literature GK 5

    1 / 15

    অসমীয়া ভাষাৰ উপৰিও আন কি কি ভাষাৰ লোকে চর্যাপদক সেই ভাষাৰ প্ৰাচীনতম নিদৰ্শন বুলি গ্ৰহণ কৰিছে ?

    2 / 15

    কোনটো চর্যাত ৰজাই সৈন্য সামন্ত লৈ পৰৰাজ্য অধিকাৰ কৰাৰ প্রয়াস বর্ণিত আছে ?

    3 / 15

    চর্যাগীত সমুহৰ ভাষা কি ?

    4 / 15

    চর্যাপদসমূহ হৰপ্ৰসাদ শাস্ত্ৰীয়ে 'হাজাৰ বছৰেৰ পুৰাণ বাঙ্গালা ভাষায় বৌদ্ধগান ও দোহা' এই নামেৰে কিমান চনত প্রকাশ কৰিছিল ?

    5 / 15

    'অখ্যাত কবিৰ বিখ্যাত ৰচনা' বুলি কোনবিধ সাহিত্যক কোৱা হয় ?

    6 / 15

    হেমচন্দ্ৰ গোস্বামীয়ে কোনখিনি সময়ক গীতিযুগ বুলি নিৰ্দেশ কৰিছে ?

    7 / 15

    মণিকোঁৱৰৰ গীত, শান্তি বাৰমাহীৰ গীত, বৰফুকনৰ গীত ইত্যাদি কোন শ্ৰেণীৰ লোকগীত ?

    8 / 15

    বিহুগীত, আইনাম, বিয়ানাম ইত্যাদি লোকগীতৰ কোনটো শ্ৰেণীত পৰে ?

    9 / 15

    সাধুকথা তলত উল্লেখ কৰা কোন শ্ৰেণীৰ সাহিত্য ?

    10 / 15

    'প্ৰহ্লাদ চৰিত্র' আৰু 'হৰগৌৰী-সংবাদ' কোনে ৰচনা কৰিছিল ?

    11 / 15

    লোক সমাজে বেদৰ বাণী জ্ঞান কৰা লোক সাহিত্য বিধ কি ?

    12 / 15

    মাত্ৰাবৃত্ত ছন্দৰ সলনি আক্ষৰিক ছন্দৰ প্রৱর্তন কোন যুগত হৈছিল?

    13 / 15

    হেম সৰস্বতীয়ে কোনজন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল ?

    14 / 15

    হেম সৰস্বতী, কবিৰত্ন সৰস্বতী, ৰুদ্ৰ কন্দলী, হৰিবৰ বিপ্র আৰু মাধৱ কন্দলী আদি কোন যুগৰ কবি -

    15 / 15

    'চর্যাচর্য বিনিশ্চয়'ৰ টীকাকাৰ কোন আছিল ?

    Your score is

    The average score is 40%

    0%

     

    Assam Literature Quiz – Part-1

    Assam Literature Quiz – Part-2

    Assam Literature Quiz – Part-3

    Assam Literature Quiz – Part-4

     

    Assam GK Quiz in Assamese  –

    (অসমীয়া কুইজ)

    Assam GK quiz in Assamese Part-1 – Click To Start

    Assam GK quiz in Assamese Part-2 – Click To Start

    Assam GK quiz in Assamese Part-3 – Click To Start

     

    Assam History Quiz in Assamese –

    (অসম বুৰঞ্জীৰ কুইজ অসমীয়াত)

    Assam History quiz in Assamese Part-1 – Click To Start

    Assam History quiz in Assamese Part-2 – Click To Start

    Assam History quiz in Assamese Part-3 – Click To Start

    Assam History quiz in Assamese Part-4 – Click To Start

    Assam History quiz in Assamese Part-5 – Click To Start

     

    Assam GK Quiz in English –

    GK Quiz Session-1 – Click to Start

    GK Quiz Session-2 – Click to Start

    GK Quiz Session-3 – Click to Start

    GK Quiz Session-4 – Click to Start

    GK Quiz Session-5 – Click to Start

     

    World GK Quiz (অসমীয়াত বিশ্ব কুইজ)

    World GK Quiz in Assamese Session-1 – Click To Start

    World GK Quiz in Assamese Session-2 – Click To Start

    World GK Quiz in Assamese Session-3 – Click To Start

    World GK Quiz in Assamese Session-4 – Click To Start

     

    Buy Our eBook in Assamese – Click Here To Buy

    (All Assam GK, Literature in Assamese & English Medium)

    Leave A Comment For Any Doubt And Question :-

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    www.AssamGKQuiz.com
    error: Content is protected !!