• Assam GK Quiz
  • Assam GK Quiz
  • Assam GK Quiz
  • Assam GK Quiz
  • অসমীয়াত Quiz
  • Quiz in English
  • GK Study
  • eBooks PDF
  • Assam History
  • Indian History
  • Computer GK
  • Current Affairs
  • Indian History GK Quiz in Assamese Part-5 for All Assam Competitive Exam of Assam

    Indian History GK Quiz in Assamese

    Assam GK Quiz website

     

    এই খণ্ডটোত ১৫ টা ভাৰত বুৰঞ্জীৰ প্ৰশ্ন-উত্তৰ আগ বঢ়োৱা হৈছে । যিবোৰ প্ৰশ্ন পূৰ্বৰ বিভিন্ন পৰীক্ষাত দেখা গৈছিল তথা বিভিন্ন পৰীক্ষাত পুণৰবৃত্তি হৈ থাকে । সকলোৱে কুইজটো দি নিজৰ নম্বৰ কমেন্ট কৰিব ।

    366
    Created by Education For Assam

    Indian History GK Quiz in Assamese 1

    Indian History GK Quiz in Assamese part-1 for all upcoming Exams of Assam.

    1 / 15

    ভাৰতৰ কোনজন সম্ৰাটে পোন প্রথমবাৰ ইৰাক আক্ৰমণৰ বাবে পৰিকল্পনা কৰিছিল ?

    2 / 15

    শ্রেষ্ঠ মৌৰ্য সম্ৰাটজন তলৰ কোনজন আছিল ?

    3 / 15

    বাহমনি ৰাজ্যৰ প্রতিষ্ঠা কোনে কৰিছিল ?

    4 / 15

    মোগল সম্ৰাট আকবৰৰ জন্ম ক’ত কেতিয়া হৈছিল ?

    5 / 15

    অশুচি বিদেশী বুলি মোগল সম্ৰাট আকবৰক কোনেজন ৰজাই উপহাস কৰিছিল ?

    6 / 15

    ভাৰতত মোগল সম্ৰাজ্য প্রতিষ্ঠা কৰিছিল -

    7 / 15

    কিমান চনত চেঙ্গিজ খাই ভাৰত আক্ৰমণ কৰিছিল ?

    8 / 15

    তলৰ কোনটো ৰাজবংশটো ভাৰতৰ প্রাচীনতম ৰাজবংশ ?

    9 / 15

    কেতিয়া জালালুদ্দিন খিলিজিয়ে  খিলজি বংশৰ প্রতিষ্ঠা কৰিছিল ?

    10 / 15

    গিয়াচুদ্দিন টোগলক কিমান চনত দিল্লীৰ ৰাজপাটত উঠিছিল ?

    11 / 15

    ভাৰতৰ নেপোলিয়ন বুলি কোনজন ভাৰতৰ সম্ৰাটক কোৱা হয় ?

    12 / 15

    কুতুবুদ্দিন আইবাকে প্রতিষ্ঠা কৰা ৰাজবংশটোক কি বংশ আখ্যা দিয়া হৈছে -

    13 / 15

    কোনজন গ্ৰীক শাসকক চন্দ্ৰগুপ্ত মৌৰ্যই যুদ্ধত পৰাজিত কৰিছিল ?

    14 / 15

    দাস বংশৰ শ্রেষ্ঠ চুলতানজন আছিল -

    15 / 15

    ভাৰতবৰ্ষত গুপ্তযুগত কোনটো ধৰ্মই প্রভাৱ বিস্তাৰ কৰিছিল ?

    Your score is

    The average score is 51%

    0%

     

    This Indian History GK Quiz Part – 5 is important for –

    Assam polcie Constable Exam

    Assam Police SI Exam

    Assam Police APRO

    Assam Police Jail Warder

    Assam Secretariat Exam

    Agriculture Dept Exam

    Assam Labour Department Exam

    Transport Department Exam

    Leave A Comment For Any Doubt And Question :-

    2 responses to “Indian History GK Quiz in Assamese Part-5 for All Assam Competitive Exam of Assam”

    1. Alvish says:

      Very nice
      I have score 100%

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    www.AssamGKQuiz.com
    error: Content is protected !!