• Assam GK Quiz
  • Assam GK Quiz
  • Assam GK Quiz
  • Assam GK Quiz
  • অসমীয়াত Quiz
  • Quiz in English
  • GK Study
  • eBooks PDF
  • Assam History
  • Indian History
  • Computer GK
  • Current Affairs
  • Indian History GK Quiz in Assamese Part-1 for All Assam Competitive Exam of Assam

    Indian History GK Quiz in Assamese

    Assam GK Quiz website

     

    এই খণ্ডটোত ১৫ টা ভাৰত বুৰঞ্জীৰ প্ৰশ্ন-উত্তৰ আগ বঢ়োৱা হৈছে । যিবোৰ প্ৰশ্ন পূৰ্বৰ বিভিন্ন পৰীক্ষাত দেখা গৈছিল তথা বিভিন্ন পৰীক্ষাত পুণৰবৃত্তি হৈ থাকে । সকলোৱে কুইজটো দি নিজৰ নম্বৰ কমেন্ট কৰিব ।

    221
    Created by Education For Assam

    Indian History GK Quiz in Assamese 5

    Indian History GK Quiz in Assamese part-5 for all upcoming Exams of Assam.

    1 / 15

    গাজী মালিক বুলি কোনজন দিল্লীৰ চুলতানক জনা যায় ?

    2 / 15

    মোগলসকলক কোনজন মোঙ্গল নেতাৰ সতি-সন্ততি বুলি কোৱা হৈছে ?

    3 / 15

    মৌৰ্য সম্ৰাজ্যৰ প্রতিষ্ঠাপক ৰজাজন কোন আছিল ?

    4 / 15

    আলাউদ্দিন খিলিজিৰ ৰাজকবি জন কোন আছিল ?

    5 / 15

    বিখ্যাত ‘ৰণথম্বোৰ দুৰ্গ’ আলাউদ্দিন খিলজিয়ে কেতিয়া জয় কৰিছিল ?

    6 / 15

    বুদ্ধদেৱে সর্ব প্রথম ধৰ্মোপদেশ দিয়া ঠাইখন কি আছিল  ?

    7 / 15

    ঘজনীৰ চুলতান মহম্মদ ঘোৰীৰ দাসজন কোন আছিল য়িযে স্থাপন কৰা ৰাজ বংশক ইতিহাসত দাস বংশ বুলি কোৱা হৈছে -

    8 / 15

    সামৰিক অভিযানকাৰী হিচাপে গুপ্ত বংশৰ কোনজন ৰজা ইতিহাস বিখ্যাত ?

    9 / 15

    মগধৰ ৰাজধানী গুপ্তবংশৰ ৰাজত্ব কালত  ক’ত আছিল ?

    10 / 15

    কোনজন শাসকে ইতিহাস প্রসিদ্ধ কুতুব মিনাৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল -

    11 / 15

    টোগলকবাদ নগৰখন কোনজন সম্ৰাটে নিৰ্মাণ কৰিছিল ?

    12 / 15

    হৰ্ষবৰ্ধনৰ ৰাজত্ব কালত কোনজন চীনা পৰিব্রাজকে ভাৰত ভ্ৰমণ কৰিছিল ?

    13 / 15

    চেঙ্গিজ খাঁই কোনজন দিল্লীৰ চুলতানৰ ৰাজত্ব কালত ভাৰত আক্ৰমণ কৰিছিল ?

    14 / 15

    গৌতম বুদ্ধৰ মৃত্যু কোন চনত হৈছিল ?

    15 / 15

    হিন্দুসকলৰ প্রতি কোনজন মোগল সম্ৰাটে অতি উদাৰ নীতি গ্ৰহণ কৰিছিল ?

    Your score is

    The average score is 59%

    0%

     

    This Indian History GK Quiz Part – 1 is important for –

    Assam polcie Constable Exam

    Assam Police SI Exam

    Assam Police APRO

    Assam Police Jail Warder

    Assam Secretariat Exam

    Agriculture Dept Exam

    Assam Labour Department Exam

    Transport Department Exam

    Leave A Comment For Any Doubt And Question :-

    One response to “Indian History GK Quiz in Assamese Part-1 for All Assam Competitive Exam of Assam”

    1. Pabitra tamuli says:

      Nice work..do not delete these information..in future it will be huge help for exams like apsc upsc.thanks for that..and pls provide more questions of maths gk science..moi tumar youtube channal sau..fun uploader naam hoi mur account tur..recently comment u krisilu.and…that’s all i need to say

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    www.AssamGKQuiz.com
    error: Content is protected !!