• Assam GK Quiz
  • Assam GK Quiz
  • Assam GK Quiz
  • Assam GK Quiz
  • অসমীয়াত Quiz
  • Quiz in English
  • GK Study
  • eBooks PDF
  • Assam History
  • Indian History
  • Computer GK
  • Current Affairs
  • Indian History GK Quiz in Assamese Part-3 for All Assam Competitive Exam of Assam

    Indian History GK Quiz in Assamese

    Assam GK Quiz website

     

    এই খণ্ডটোত ১৫ টা ভাৰত বুৰঞ্জীৰ প্ৰশ্ন-উত্তৰ আগ বঢ়োৱা হৈছে । যিবোৰ প্ৰশ্ন পূৰ্বৰ বিভিন্ন পৰীক্ষাত দেখা গৈছিল তথা বিভিন্ন পৰীক্ষাত পুণৰবৃত্তি হৈ থাকে । সকলোৱে কুইজটো দি নিজৰ নম্বৰ কমেন্ট কৰিব ।

    134
    Created by Education For Assam

    Indian History GK Quiz in Assamese 3

    Indian History GK Quiz in Assamese part-3 for all upcoming Exams of Assam.

    1 / 15

    কোনজন চুলতানক লাখ বক্স বুলি কোৱা হৈছিল ?

    2 / 15

    দিল্লীৰ কোনজন চুলতানক বাগদাদৰ খলিফাই চুলতান-ই-আলম উপাধি প্রদান কৰিছিল ?

    3 / 15

    বিক্ৰমাদিত্য উপাধি ভাৰতৰ কোনজন ৰজাই গ্ৰহণ কৰিছিল ?

    4 / 15

    চৈয়দ ৰাজবংশ দিল্লীত কোনে প্রতিষ্ঠা কৰিছিল ?

    5 / 15

    কিমান চনত পানীপথৰ প্রথম যুদ্ধখন সংঘটিত হৈছিল ?

    6 / 15

    প্ৰাচীন ভাৰতৰ মহেঞ্জোদাৰো চহৰ খন বৰ্তমান ক’ত অৱস্থিত ?

    7 / 15

    তৰাইনৰ প্রথম যুদ্ধখন কিমান চনত সংঘটিত হৈছিল ?

    8 / 15

    কোনজন দাস বংশৰ চুলতানে নিজ হাতেৰে কোৰাণখন নকল কৰি সেই ধনেৰে হাত খৰচ উলিয়াইছিল ?

    9 / 15

    দিল্লীৰ কোনজন চুলতানে আলাই দৰৱাজা নিৰ্মাণ কৰিছিল ?

    10 / 15

    কণিষ্ক কোনটো বংশৰ শাসক আছিল ?

    11 / 15

    মোগল সম্ৰাট আকবৰৰ অভিভাৱক কোন হৈছিল পিতৃ হুমায়ুনৰ মৃত্যুৰ পিছত ?

    12 / 15

    চফৰ নামা পুথিখন কোনে ৰচনা কৰিছিল ?

    13 / 15

    পাল বংশ ভাৰতত কোনে প্রতিষ্ঠা কৰিছিল  ?

    14 / 15

    দিল্লীৰ কোনজন চুলতানে ৰাজধানী ‘দেৱনাগিৰি’লৈ স্থানান্তৰিত কৰিছিল ?

    15 / 15

    কিমান খ্ৰীষ্টপূৰ্বত বা খ্ৰীষ্টাব্দত চন্দ্ৰগুপ্ত মৌৰ্যই ৰাজপাটত উঠে ?

    Your score is

    The average score is 50%

    0%

     

    This Indian History GK Quiz Part – 2 is important for –

    Assam polcie Constable Exam

    Assam Police SI Exam

    Assam Police APRO

    Assam Police Jail Warder

    Assam Secretariat Exam

    Agriculture Dept Exam

    Assam Labour Department Exam

    Transport Department Exam

    Leave A Comment For Any Doubt And Question :-

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    www.AssamGKQuiz.com
    error: Content is protected !!