GK Quiz in Assamese
Assam GK Quiz
Assam Police, Secretariat, PNRD, DECT, DC Office, Gauhati High Court Exam
Agriculture Extension Assistant book
Agriculture 1837 Post Exam Guide book PDF কিতাপখন আগতে কিনি লওঁক, অফাৰ থাকোতেই । মাথো 125/- টকাত 11,000 (11 হাজাৰ) প্ৰশ্ন-উত্তৰ (Assam GK) পাব – Buy Here – Click To Buy
Assam GK PDF Guide Book
১,০০০ অসম বুৰঞ্জী তথা GK – Buy Now
১,০০০ অসমীয়া সাধাৰণ জ্ঞান – Buy Now
১০,০০০ প্ৰশ্নউত্তৰ Complete Assam Exam Guide – Buy Now
ভগৱান শ্ৰীকৃষ্ণৰ গদাটেৰ নাম কি?
ক) কৌমুদি
খ) পাঞ্চজন্য
গ) ভৱানী
ঘ) শিৱাজী
AK-47 ৰাইফল কোনে সৃষ্টি কৰিছিল?
ক) মিখাইল কলাছনিক’ভ
খ) মেক্সম গৰ্কী
গ) মাৰ্ক টোৱেন
ঘ) এটাও নহয়
Assam GK for Agriculture Exam
মোমাই তামুলীৰ প্ৰকৃত নাম কি আছিল?
ক) শুকুতি
খ) বনমালী
গ) গৌৰৱ
ঘ) শৰণীয়া
ৰাজা ৰামমোহন ৰায়ক “ৰাজা” উপাধি কোনে প্ৰদান কৰিছিল?
ক) আকবৰ-2
খ) মহাত্মা গান্ধী
গ) শ্বাহজাহান
ঘ) জৱাহৰলাল নেহৰু
ভাৰতৰ কোনখন ৰাজ্যত পোনপ্ৰথমবাৰৰ বাবে সান্ধ্য আদালত স্থাপন কৰা হৈছিল?
ক) হাৰিয়ানা
খ) গুজৰাট
গ) ৰাজস্থান
ঘ) কেৰেলা
লোকসভাত “জিৰো আৱাৰ”ত কিমান সময় ধাৰ্য কৰে?
ক) আধাঘন্টা
খ) এঘন্টা
গ) দুঘন্টা
ঘ) দহ মিনিট
অসমৰ জীয়ৰী পিজৌ গাভৰু কাৰ জীয়েক আছিল?
ক) বদন বৰফুকন
খ) লাচিত বৰফুকন
গ) লালুকসোলা বৰফুকন
ঘ) জয়ধ্বজ সিংহ
বড়ো সাহিত্য সভাৰ পতাকাৰ ৰং কি?
ক) বগা
খ) হালধীয়া
গ) সেউজীয়া
ঘ) সুমথিৰা
বড়ো সাহিত্য সভাৰ প্ৰতীকত কোনটো চৰাইৰ ছবি থাকে?
ক) কপৌ
খ) ময়ূৰ
গ) ধনেশ পক্ষী
ঘ) পাৰ
“চকৰীফেটী বুৰঞ্জী”ৰ লেখক কোন?
ক) নুমলী বৰগোঁহাই
খ) সুকুমাৰ বৰকাইথ
গ) মাধৱ কন্দলী
ঘ) আত্মাৰাম শৰ্মা
More Assamese Quiz –
Assam GK Quiz (Assamese) –
Assam History (Assamese) –
Assam GK Quiz (English) –
Assam Literature GK Quiz in Assamese –
Indian History GK Quiz in Assamese –
Indian History GK Quiz in English –
World GK Quiz in Assamese –
Science GK Quiz in Assamese –
Computer GK Quiz in Assamese –
1000 Assam GK Collection –
Read Assam GK 20 Question Answer Here (Part-1) – Assam GK
Read Assam GK 20 Question Answer Here (Part-2) – Assam GK
Read Assam GK 20 Question Answer Here (Part-3) – Assam GK
Read Assam GK 20 Question Answer Here (Part-4) – Assam GK
Read Assam GK 20 Question Answer Here (Part-5) – Assam GK