GK Quiz in Assamese
Assam GK Quiz
Assam Police, Secretariat, PNRD, DECT, DC Office, Gauhati High Court Exam
Agriculture Extension Assistant book
Agriculture 1837 Post Exam Guide book PDF কিতাপখন আগতে কিনি লওঁক, অফাৰ থাকোতেই । মাথো 125/- টকাত 11,000 (11 হাজাৰ) প্ৰশ্ন-উত্তৰ (Assam GK) পাব – Buy Here – Click To Buy
Assam GK PDF Guide Book
১,০০০ অসম বুৰঞ্জী তথা GK – Buy Now
১,০০০ অসমীয়া সাধাৰণ জ্ঞান – Buy Now
১০,০০০ প্ৰশ্নউত্তৰ Complete Assam Exam Guide – Buy Now
আহোম যুগৰ শ্ৰেষ্ঠ কবি কোন আছিল ?
ক) কবিৰাজ চক্ৰৱৰ্তী
খ) ৰামচৰণ ঠাকুৰ
গ) তুলসীদাস
ঘ) শংকৰদেৱ
“বাকু” কোন ৰাজ্যৰ মহিলাই পৰিধান কৰা বস্ত্ৰৰ নাম?
ক) ছিকিম
খ) মণিপুৰ
গ) মেঘালয়
ঘ) ত্ৰিপুৰা
ৰিবি গাছেং” অসমৰ কোন সম্প্ৰদায়ৰ সাজপাৰ?
ক) বড়ো
খ) মিচিং
গ) হাজং
ঘ) ৰাভা
কোনে বিহুৰ তাত্পৰ্য – “বি” মানে “দিয়া” আৰু “হু” মানে “লোৱা”বুলি ব্যাখ্যা কৰিছিল?
ক) বিষ্ণু ৰাভা
খ) জ্যোতিপ্ৰসাদ আগৰৱালা
গ) ভূপেন হাজৰিকা
ঘ) লক্ষ্মীনাথ বেজবৰুৱা
বিহু পতাকাৰ আৰ্হি কোনে প্ৰথমে কৰিছিল?
ক) বিষ্ণু ৰাভাই
খ) নিপ বৰুৱাই
গ) বসন্ত দাস
ঘ) যুগল দাস
Assam GK for Agriculture Exam
অসমত চাহ গছৰ খেতি কোনে প্ৰথমে কৰে?
ক) চিংফৌ
খ) বৃট্ৰিছ
গ) মিচিং
ঘ) বড়ো
অসমত মাটীৰ জৰীপ সৰ্বপ্ৰথম কোনে কৰিছিল?
ক) গদাধৰ সিংহ
খ) লক্ষ্মীসিংহ
গ) ৰুদ্ৰসিংহ
ঘ) ৰাজেশ্বৰ সিংহ
ঔৰংগজেৱৰ পুত্ৰ আজমতৰাই বিয়া কৰোৱা জয়ধ্বজ সিংহৰ জীয়ৰীগৰাকীৰ নাম কি আছিল?
ক) ৰুক্মিনী
খ) অমৃতপ্ৰভা
গ) ভানুমতী
ঘ) ৰমণী গাভৰু
তেজপুৰৰ পদুম পুখুৰীটো কোন ৰজাৰ দিনত খন্দা হৈছিল?
ক) বনমালা বৰ্মন
খ) বাণৰজা
গ) ভগদত্ত
ঘ) নৰনাৰায়ণ
ভগদত্তৰ ঘোঁৰাটোৰ নাম কি আছিল?
ক) ঐৰাৱত
খ) পাঞ্চজন্য
গ) সুপ্ৰতীক
ঘ) কুণ্ডিল্য
Assam GK for Agriculture Exam
More Assamese Quiz –
Assam GK Quiz (Assamese) –
Assam History (Assamese) –
Assam GK Quiz (English) –
Assam Literature GK Quiz in Assamese –
Indian History GK Quiz in Assamese –
Indian History GK Quiz in English –
World GK Quiz in Assamese –
Science GK Quiz in Assamese –
Computer GK Quiz in Assamese –
1000 Assam GK Collection –
Read Assam GK 20 Question Answer Here (Part-1) – Assam GK
Read Assam GK 20 Question Answer Here (Part-2) – Assam GK
Read Assam GK 20 Question Answer Here (Part-3) – Assam GK
Read Assam GK 20 Question Answer Here (Part-4) – Assam GK
Read Assam GK 20 Question Answer Here (Part-5) – Assam GK
অসমৰ বিভিন্ন পৰীক্ষাৰ বাবে PDF eBook কিনক আৰু মোবাইতে Study আৰম্ভ কৰক (তলত সকলো লিংক দিয়া আছে) =
- Assam GK & History PDF eBook of 1000 Selected Question Answer – Click To Buy
- Assamese GK Collection of 1000 Various Question Answer – Click To Buy
- Complete Ahom History in 500 Question Answer (Part-1) eBook – Click To Buy
- Assam Competitive Exam Previous Year Papers eBook – Click To Buy
- English Grammar & Comprehension 2000 VVI MCQ eBook – Click To Buy
- Assam Competitive Exam Sure Success Guide Book of 10,000 Common Question Answer – Click To Buy
- Assam Grade-4 (Peon, Choawkidar, Driver) Exam Guide eBook – Click To Buy
- Junior Assistant Guide Book for DC Office, Secretariat, Assam Police & Other Department with Previous Year Papers – Click To Buy
- SSC & Railway Exam GK Question Answer Guide eBook – Click To Buy