• Assam GK Quiz
  • Assam GK Quiz
  • Assam GK Quiz
  • Assam GK Quiz
  • অসমীয়াত Quiz
  • Quiz in English
  • GK Study
  • eBooks PDF
  • Assam History
  • Indian History
  • Computer GK
  • Current Affairs
  • Assam GK Study in Assamese for Agriculture & Other Exam (Part-1)

    GK Quiz in Assamese

    Assam GK Quiz

    Assam Police, Secretariat, PNRD, DECT, DC Office, Gauhati High Court Exam

     

    Assam GK PDF Guide Book

    ১,০০০ অসম বুৰঞ্জী তথা GK – Buy Now 

    ১,০০০ অসমীয়া সাধাৰণ জ্ঞান – Buy Now

    ১০,০০০ প্ৰশ্নউত্তৰ Complete Assam Exam Guide – Buy Now

     

    মোৱামৰীয়া বিদ্ৰোহত মোৱামৰীয়াসকলৰ নেতৃত্বত কোন আছিল?

    ক) ইষ্ট ইণ্ডিয়া কোম্পানী
    খ) ৰুদ্ৰসিংহ
    গ) ৰাধা-ৰুক্মিনী
    ঘ) পূৰ্ণানন্দ বুঢ়াগোঁহাই

    গ) ৰাধা-ৰুক্মিনী

     

    গৌতম বুদ্ধৰ শ্ৰেষ্ঠতম ধৰ্মোপদেশক কি বুলি জনা যায়?

    ক) পঞ্চশীল
    খ) আৰ্যসত্য
    গ) বুদ্ধবচন
    ঘ) ত্ৰিপিটক

    ঘ) ত্ৰিপিটক

     

    অসমত পাইক ব্যৱস্থাৰ সলনি মুদ্ৰা ব্যৱস্থাৰ প্ৰসাৰণ কেতিয়া হৈছিল?

    ক) বংশ শতিকাত
    খ) ইংৰাজ শাসনৰ আগত
    গ) ইংৰাজ শাসনৰ পাছত
    ঘ) আহোম ৰাজত্ব কালত 

    ঘ) আহোম ৰাজত্ব কালত

     

    জ্ঞানপীঠ বঁটাৰ ট্ৰফীত কোনগৰাকী দেৱীৰ ছবি থাকে?

    ক) লক্ষ্মী
    খ) সৰস্বতী
    গ) দূৰ্গা
    ঘ) পাৰ্বতী

    খ) সৰস্বতী

     

    “God of Small things” গ্ৰন্থখনৰ লেখক কোন?

    ক) মহাত্মা গান্ধী
    খ) অৰুন্ধতী ৰায়
    গ) জৱাহৰলাল নেহৰু
    ঘ) আব্দুল কালাম

    খ) অৰুন্ধতী ৰায়

     

    ৰেলৰ টিকটৰ PNR নম্বৰত কেইটা অংক থাকে?

    ক) 7 টা
    খ) 10 টা
    গ) 13 টা
    ঘ) এটাও নহয়

    খ) 10 টা

     

    অসমৰ ক’ত “আজাদ হিন্দ আলি” আছে?

    ক) শিৱসাগৰ
    খ) যোৰহাট
    গ) কামৰূপ
    ঘ) তেজপুৰ

    খ) যোৰহাট

     

    Assam GK for Agriculture Exam

     

    আকবৰৰ ৰাজসভাৰ বিখ্যাত গায়ক তানসেনৰ স্তুপ ক’ত আছে?

    ক) ৰাজস্থান
    খ) গোৱালিয়ৰ
    গ) কেৰেলা
    ঘ) উত্তৰ প্ৰদেশ

    খ) গোৱালিয়ৰ

     

    প্লুটো নামৰ বাওনা গ্ৰহটোৰ আৱিষ্কাৰ কেতিয়া হৈছিল?

    ক) 1914
    খ) 1930
    গ) 1924
    ঘ) এটাও নহয়

    খ) 1930

     

    কাৰ্বি ভাষাত “আংলং” মানে কি?

    ক) জনজাতি
    খ) পাহাৰ
    গ) নৈ
    ঘ) সাজপাৰ

    খ) পাহাৰ

     

    ভগৱান শ্ৰীকৃষ্ণৰ গদাটেৰ নাম কি?

    ক) কৌমুদি
    খ) পাঞ্চজন্য
    গ) ভৱানী
    ঘ) শিৱাজী

    ক) কৌমুদি

     

    AK-47 ৰাইফল কোনে সৃষ্টি কৰিছিল?

    ক) মিখাইল কলাছনিক’ভ
    খ) মেক্সম গৰ্কী
    গ) মাৰ্ক টোৱেন
    ঘ) এটাও নহয়

    ক) মিখাইল কলাছনিক’ভ

     

    মোমাই তামুলীৰ প্ৰকৃত নাম কি আছিল?

    ক) শুকুতি
    খ) বনমালী
    গ) গৌৰৱ
    ঘ) শৰণীয়া

    ক) শুকুতি

     

     

    More Assamese Quiz –

    Assam GK Quiz (Assamese) –

    Assam GK Quiz 1

    Assam GK Quiz 2

    Assam GK Quiz 3

    Assam GK Quiz 4

    Assam GK Quiz 5

    Assam GK Quiz 6

    Assam GK Quiz 7

    Assam GK Quiz 8

     

    Assam History (Assamese) –

    Assam GK Quiz 1

    Assam GK Quiz 2

    Assam GK Quiz 3

    Assam GK Quiz 4

    Assam GK Quiz 5

    Assam GK Quiz 6

    Assam GK Quiz 7

    Assam GK Quiz 8

     

    Agriculture Extension Assistant book

    Agriculture 1837 Post Exam Guide book PDF কিতাপখন আগতে কিনি লওঁক, অফাৰ থাকোতেই । মাথো 125/- টকাত 11,000 (11 হাজাৰ) প্ৰশ্ন-উত্তৰ (Assam GK) পাব –  Buy Here – Click To Buy

    Assam GK Quiz (English) –

    Assam GK Quiz 1

    Assam GK Quiz 2

    Assam GK Quiz 3

    Assam GK Quiz 4

    Assam GK Quiz 5

    Assam GK Quiz 6

    Assam GK Quiz 7

    Assam GK Quiz 8

     

    Assam Literature GK Quiz in Assamese –

    Assam GK Quiz 1

    Assam GK Quiz 2

    Assam GK Quiz 3

    Assam GK Quiz 4

    Assam GK Quiz 5

     

    Indian History GK Quiz in Assamese –

    Assam GK Quiz 1

    Assam GK Quiz 2

    Assam GK Quiz 3

    Assam GK Quiz 4

    Assam GK Quiz 5

    Indian History GK Quiz in English –

    Assam GK Quiz 1

    Assam GK Quiz 2

    Assam GK Quiz 3

    Assam GK Quiz 4

    Assam GK Quiz 5

     

    World GK Quiz in Assamese –

    Assam GK Quiz 1

    Assam GK Quiz 2

    Assam GK Quiz 3

    Assam GK Quiz 4

     

    Science GK Quiz in Assamese –

    Assam GK Quiz 1

    Assam GK Quiz 2

    Assam GK Quiz 3

    Assam GK Quiz 4

    Assam GK Quiz 5

     

    Computer GK Quiz in Assamese –

    Assam GK Quiz 1

    Assam GK Quiz 2

    Assam GK Quiz 3

     

    1000 Assam GK Collection –

    Read Assam GK 20 Question Answer Here (Part-1) – Assam GK

    Read Assam GK 20 Question Answer Here (Part-2) – Assam GK

    Read Assam GK 20 Question Answer Here (Part-3) – Assam GK

    Read Assam GK 20 Question Answer Here (Part-4) – Assam GK

    Read Assam GK 20 Question Answer Here (Part-5) – Assam GK

    Leave A Comment For Any Doubt And Question :-

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    www.AssamGKQuiz.com
    error: Content is protected !!