• Assam GK Quiz
  • Assam GK Quiz
  • Assam GK Quiz
  • Assam GK Quiz
  • অসমীয়াত Quiz
  • Quiz in English
  • GK Study
  • eBooks PDF
  • Assam History
  • Indian History
  • Computer GK
  • Current Affairs
  • Top 60 Science GK Quiz in Assamese

    Top 60 Science GK

    Important for –

    Assam Agriculture, Assam Police Constable Exam, Jail warder, Assam Forest Exam, PNRD, Assam Secretariat, DHS, DECT, Handloom & Sericulture, DC Office, Gauhati High Court  & All Other competitive exam of Assam.

    • 5000 Science Question Answer (অসমীয়া মাধ্য়মত) – Click Here To Buy
    858
    Created by Education For Assam

    All Science Quiz in Assamese

    1 / 60

    কিমানখন দেশে ইন্টাৰনেচনেল স্পেচ ষ্টেচন (ISS) কাৰ্যসূচীত অংশ জড়িত ?

    2 / 60

    কোনটো গ্ৰহক পুৱতি ত’ৰা বা সন্ধা ত’ৰা বোলা হয় ?

    3 / 60

    বিশ্বৰ প্ৰথম মহাকাশচাৰীজন কোন আছিল ?

    4 / 60

    সূৰ্যক প্ৰদক্ষিণ কৰোতে প্ৰায় পৃথিৱীৰ সমান সমান সময় লোৱা সৌৰজগতৰ গ্ৰহটো কোনটো  ?

    5 / 60

    কোনটো গ্ৰহক পৃথিৱীৰ যমজ বুলি কোৱা হৈছে ?

    6 / 60

    আমাৰ সৌৰজগতৰ সূৰ্যৰ শক্তিৰ উৎস কি ?

    7 / 60

    আমাৰ সৌৰজগতৰ গ্ৰহবোৰৰ গতি সূত্ৰবোৰ কোনে আৱিস্কাৰ কৰিছিল -

    8 / 60

    জ্যোৰ্তিবিজ্ঞান সম্বন্ধীয় পৰ্যেবক্ষণ কৰোতে কোন গৰাকী বিজ্ঞানীয়ে পোন প্ৰথমবাৰ দূৰবীক্ষণ যন্ত্ৰ ব্যৱহাৰ কৰিছিল ?

    9 / 60

    বুধ গ্ৰহৰ উপগ্ৰহ কেইটা আছে ?

    10 / 60

    আমাৰ সৌৰ জগতত থকা আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো ?

    11 / 60

    গ্ৰীক শব্দ ব্যৱহাৰ নকৰাকৈ আমাৰ সৌৰজগতৰ কোনটো গ্ৰহৰ নাম ৰখা হৈছে ?

    12 / 60

    পৃথিৱীৰ চাৰিওফালৰ দূৰত্ব জোখা প্ৰথম বিজ্ঞানীজন কোন আছিল ?

    13 / 60

    বৃহস্পতিৰ আৰু শনি গ্ৰহৰ কিমানটাকৈ উপগ্ৰহ আছে  -

    14 / 60

    সূৰ্যৰ পৰা আটাইতকৈ দূৰত তলৰ কোনটো গ্ৰহ অৱস্থিত -

    15 / 60

    পৃথিৱীৰ প্ৰদক্ষিণ কাৰ্য কোনজন বিজ্ঞানীয়ে পোনতে আৱিষ্কাৰ কৰিছিল ?

    16 / 60

    ভাৰতীয় মহাকাশ গৱেষণা সংস্থা কেতিয়া প্রতিষ্ঠা কৰা হৈছিল ?

    17 / 60

    ধ্ৰূৱতৰাটো কোনখন নক্ষত্ৰ মণ্ডলত অৱস্থিত ?

    18 / 60

    কৰ পৰা ভাৰতবৰ্ৰষৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ ‘আৰ্যভট্ট’ মাহকাশলৈ উৎক্ষেপন কৰা হৈছিল ?

    19 / 60

    পোন প্ৰথমবাৰৰ বাবে কেতিয়া মানুহে মহাকাশত খোজ দিছিল ?

    20 / 60

    বিশ্বৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম আছিল ?

    21 / 60

    পৃথিৱীৰ আটাইতকৈ ওচৰত কোনটো গ্ৰহ আছে ?

    22 / 60

    আমি বাস কৰা পৃথিৱী খনৰ তুলনাত সূৰ্যটো কিমান ডাঙৰ ?

    23 / 60

    কোনটো গ্ৰহ গেছেৰে গঠিত বাবে পানীত ওপঙিব পাৰে বুলি বৈজ্ঞানিকসকলে অনুমাণ কৰিছে ?

    24 / 60

    নেপচুন গ্ৰহটো কোনজন জ্যোতির্বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিছিল ?

    25 / 60

    কোনজন বিজ্ঞানীক জ্যোতির্বিজ্ঞানৰ পিতৃ আখ্য়া দিয়া হৈছে ?

    26 / 60

    আমাৰ সৌৰজগতৰ উপগ্ৰহ বিলাকৰ ভিতৰক আটাইতকৈ ডাঙৰ কোনটো ?

    27 / 60

    আমাৰ পৃথিৱীৰ পৰা প্ৰক্সিমা চেন্টাউৰি নামৰ নক্ষত্ৰটোৰ কিমান দূৰত আছে ?

    28 / 60

    তলৰ কোনেকেইটা গ্ৰহৰ চাৰিওফালে আঙুঠি আছে ?

    29 / 60

    আমাৰ সৌৰজগতৰ কোন দুটা গ্ৰহৰ এটাওঁ উপগ্ৰহ নাই ?

    30 / 60

    সৌৰজগতৰ কেন্দ্ৰত সূৰ্যটো অৱস্থিত বুলি কোনজন মহান বৈজ্ঞানিকে প্ৰথমে কৈছিল ?

    31 / 60

    আমেৰিকাৰ মহাকাশচাৰী নীল আৰ্মষ্ট্ৰং কোন তাৰিখত চন্দ্ৰত অৱতৰণ কৰিছিল ?

    32 / 60

    আমাৰ পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব কিমান কিমি ?

    33 / 60

    কোনখন দেশে প্ৰথম মহাকাশলৈ কৃত্ৰিম উপগ্ৰহ প্ৰেৰণ কৰিছিল ?

    34 / 60

    আমাৰ সৌৰজগতৰ আটাইতকৈ উত্তপ্ত গ্ৰহ কোনটো ?

    35 / 60

    মহাকাশ গৱেষণাৰ ক্ষেত্ৰত ভাৰতৰ আগশাৰীৰ বিজ্ঞানীজন কোন আছিল ?

    36 / 60

    শ্ৰীহৰিকোটা কোন খন ৰাজ্যত অৱস্থিত ?

    37 / 60

    আমৰ সৌৰজগতত নীলা গ্ৰহ বুলি কোনটো গ্ৰহক জনা যায় ?

    38 / 60

    আমাৰ সৌৰজগতৰ আটাইতকৈ গধূৰ গ্ৰহটো হৈছে -

    39 / 60

    আমাৰ হাতীপটি তাৰকা ৰাজ্যখন কেনেধৰণৰ তাৰকা ৰাজ্যৰ অন্তৰ্ভুক্ত ?

    40 / 60

    সূৰ্য আৰু পৃথিৱীৰ মাজৰ দূৰত্ব কোনটো মাহত তথা কোন তাৰিখে সৰ্বাধিক হয় ?

    41 / 60

    আমি দেখিব পোৱা আটাইতকৈ বিখ্যাত ধুমকেতুটো হৈছে ?

    42 / 60

    শেষবাৰৰ বাবে হেলীৰ ধুমকেতু কিমান চনত দেখিব পোৱা গৈছিল -

    43 / 60

    পূৱৰ পৰা পশ্চিমলৈ গতি কৰা সৌৰজগতৰ একমাত্ৰ ব্য়তিক্ৰমি গ্ৰহ কোনটো -

    44 / 60

    পৃথিৱীৰ চাৰিওফালে প্ৰদক্ষিণ কৰোতে চন্দ্ৰৰ কিমান দিন সময় লাগে ?

    45 / 60

    ধুমকেতু এটাৰ নেজডাল কোন দিশে গতি কৰে ?

    46 / 60

    আমাৰ ভাৰতবৰ্ষৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটো কেতিয়া কক্ষপথত স্থাপন কৰা হৈছিল ?

    47 / 60

    সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো হৈছে -

    48 / 60

    কোনখন দেশে প্ৰথম চন্দ্ৰত অৱতৰণ কৰিবলৈ মহাকাশযান পঠিয়াইছিল ?

    49 / 60

    সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰোঁতে তলৰ কোনটো গ্ৰহৰ আটাইতকৈ কম সময় লাগে ?

    50 / 60

    বিশ্বব্রহ্মাণ্ডৰ উৎপত্তি সম্বন্ধত জড়িত মহাবিস্ফোৰণবাদ (Big Bang) তত্ত্বটো কোনে আগবঢ়াইছিল ?

    51 / 60

    সূৰ্য পৃষ্ঠভাগৰ গড় উষ্ণতা কিমান -

    52 / 60

    প্ৰথম মহিলা মহাকাশচাৰী ভেলেন্টিনা তেৰেস্কোভা (১৯৬৪ চনৰ ১৬ জুন) কোনখন দেশৰ আছিল ?

    53 / 60

    আমাৰ সৌৰজগতৰ কোনটো গ্ৰহক সেউজীয়া গ্ৰহ বুলি কোৱা হৈছে ?

    54 / 60

    সূৰ্যৰ পোহৰ আহি আমাৰ পৃথিৱী পাবলৈ মুঠ কিমান সময় লাগে -

    55 / 60

    আমাৰ ভাৰতবৰ্ষৰ ৰাকেশ শৰ্মা মহাকাশত খোজ দিছিল -

    56 / 60

    কিমান আলোকবৰ্ষৰে এক পাৰছেক হয় ?

    57 / 60

    আমাৰ সৌৰজগতৰ ৰঙা গ্ৰহ কোনটো ?

    58 / 60

    আমাৰ ভাৰতবৰ্ষৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি আছিল ?

    59 / 60

    কিমানজন মহাকাশচাৰীয়ে বৰ্তমানলৈকে চন্দ্ৰ পৃষ্ঠত ভৰি দিছে ?

    60 / 60

    শনিগ্ৰহৰ আঙুঠিবোৰ প্ৰথম কোনজন বিজ্ঞানীয়ে আৱিস্কাৰ কৰিছিল -

    Your score is

    The average score is 45%

    0%

     

    Assam GK Free PDF Link – Assam GK PDF

     

    অসমীয়া আৰু ইংৰাজীত অন্যান্য কুইজৰ লিংক –

    Assam GK Quiz (Assamese) –

    Assam GK Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 1

    Assam GK Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 2

    Assam GK Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 3

    Assam GK Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 4

    Assam GK Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 5

    Assam GK Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 6

    Assam GK Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 7

    Assam GK Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 8

     

    Assam History (Assamese) –

    Assam বুৰঞ্জী Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 1

    Assam বুৰঞ্জী Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 2

    Assam বুৰঞ্জী Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 3

    Assam বুৰঞ্জী Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 4

    Assam বুৰঞ্জী Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 5

    Assam বুৰঞ্জী Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 6

    Assam বুৰঞ্জী Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 7

    Assam বুৰঞ্জী Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 8

     

    Assam GK Quiz (English) –

    Assam GK Quiz (ইংৰাজী মাধ্যমত) = Assam GK Quiz 1

    Assam GK Quiz (ইংৰাজী মাধ্যমত) = Assam GK Quiz 2

    Assam GK Quiz (ইংৰাজী মাধ্যমত) = Assam GK Quiz 3

    Assam GK Quiz (ইংৰাজী মাধ্যমত) = Assam GK Quiz 4

    Assam GK Quiz (ইংৰাজী মাধ্যমত) = Assam GK Quiz 5

    Assam GK Quiz (ইংৰাজী মাধ্যমত) = Assam GK Quiz 6

    Assam GK Quiz (ইংৰাজী মাধ্যমত) = Assam GK Quiz 7

    Assam GK Quiz (ইংৰাজী মাধ্যমত) = Assam GK Quiz 8

     

    Complete Assam Exam Guide eBook (PDF) –

     

     

     

     

     

     

     

    • 5000 Science Question Answer (অসমীয়া মাধ্য়মত) – Click Here To Buy

     

     

    • 5000 General Knowledge (Volume-2) (অসমীয়া মাধ্য়মত) – Click Here To Buy (Rs.75/- Only)

     

     

     

    Assam Literature GK Quiz in Assamese –

    Assam Literature Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 1

    Assam Literature Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 2

    Assam Literature Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 3

    Assam Literature Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 4

    Assam Literature Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 5

     

    Indian History GK Quiz in Assamese –

    Indian History Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 1

    Indian History Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 2

    Indian History Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 3

    Indian History Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 4

    Indian History Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 5

     

    Indian History GK Quiz in English –

    Indian History Quiz (ইংৰাজী মাধ্যমত) = Assam GK Quiz 1

    Indian History Quiz (ইংৰাজী মাধ্যমত) = Assam GK Quiz 2

    Indian History Quiz (ইংৰাজী মাধ্যমত) = Assam GK Quiz 3

    Indian History Quiz (ইংৰাজী মাধ্যমত) = Assam GK Quiz 4

    Indian History Quiz (ইংৰাজী মাধ্যমত) = Assam GK Quiz 5

     

    World GK Quiz in Assamese –

    World History Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 1

    World History Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 2

    World History Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 3

    World History Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 4

     

    Science GK Quiz in Assamese –

    Science GK Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 1

    Science GK Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 2

    Science GK Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 3

    Science GK Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 4

    Science GK Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 5

     

    Computer GK Quiz in Assamese –

    Computer GK Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 1

    Computer GK Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 2

    Computer GK Quiz (অসমীয়া মাধ্যমত) = Assam GK Quiz 3

     

    1000 Assam GK Collection –

    Read Assam GK 20 Question Answer Here (Part-1) – Assam GK

    Read Assam GK 20 Question Answer Here (Part-2) – Assam GK

    Read Assam GK 20 Question Answer Here (Part-3) – Assam GK

    Read Assam GK 20 Question Answer Here (Part-4) – Assam GK

    Read Assam GK 20 Question Answer Here (Part-5) – Assam GK

    Leave A Comment For Any Doubt And Question :-

    Leave a Reply

    Your email address will not be published.

    www.AssamGKQuiz.com
    error: Content is protected !!